Breaking

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

0 26

৪ লাখৰ উৰ্দ্ধত বাৰ্ষিক আয় থকা পৰিয়ালৰ ৰেচন কাৰ্ড কৰা হব বাতিল ।

ঘৰে ঘৰে গৈ ৰেচন কাৰ্ড পৰীক্ষা কৰিব ।

৪ লাখৰ বাৰ্ষিক আয়ৰ উৰ্দ্ধৰ লোকক নিজ ইচ্ছাৰে ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান।

পৰিয়ালত চাকৰিয়াল থাকিলে ৰেচন কাৰ্ড বাতিল হব ।

কোনোবাই নিয়ম নামানি ৰেচন সামগ্ৰী লৈ থকা লোকৰো ৰেচন কাৰ্ড বাতিল হ’ব ।

Leave A Reply