Breaking

কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। পত্নীসহ মা কামাখ্যাৰ আশীষ ল’লে ৰাজ্যপালগৰাকীয়ে

0 13

অম্বুবাচীৰ নিবৃত্তিৰ পাছতে খুলি দিয়া হ’ল কামাখ্যাৰ মুখ্য দুৱাৰ। মা কামাখ্যাৰ আশীষ ল’বলৈ লাখ লাখ ভক্তৰ ভিৰ নীলাচলত। পুৱতি নিশাৰ পৰাই দেৱীৰ দৰ্শনাৰ্থে লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম । লোকে লোকাৰণ্য মা কামাখ্যা ধাম। নীলাচল পাহাৰত ভিৰ ভক্তৰ লগতে সাধু-সন্তৰ। নিশাৰ পৰাই লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম।

মঙলবাৰে নিশা ৯ বাজি ৫ মিনিটত ঘটে অম্বুবাচীৰ নিবৃত্তি। ইয়াৰ পাছতে খোল খালে শক্তিপীঠ কামাখ্যাৰ দুৱাৰ

২২ জুন, শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত হৈছিল অম্বুবাচীৰ প্ৰবৃত্তি। তাৰ পাছতে ৪ দিনৰ বাবে বন্ধ কৰি ৰখা হৈছিল কামাখ্যা মন্দিৰৰ দুৱাৰ।

অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়ৰে পৰা লক্ষ লক্ষ ভক্তৰ আগমনত প্ৰাণৱন্ত হৈছিল কামাখ্যা ধাম। মন্দিৰলৈ যোৱাৰ বাবে নাছিল কোনো VIP, VVIP পাছৰ ব্যৱস্থা।

৩ দিনৰ পাছত আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হৈছে কামাখ্যা মন্দিৰৰ দুৱাৰ। মাৰ আশীষ ল’বলৈ নীলাচল পাহাৰত ভিৰ ভক্তৰ লগতে সাধু-সন্তৰ। নিশাৰ পৰাই লক্ষ লক্ষ ভক্তৰে ভৰিছে কামাখ্যা ধাম।

দুৱাৰ খোলাৰ পাছত কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। পত্নীসহ মা কামাখ্যাৰ আশীষ ল’লে ৰাজ্যপালগৰাকীয়ে

Leave A Reply