Breaking

তিতাবৰ আৰক্ষীৰ বৃহৎ সাফল্য ! প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট জব্দ…

0 14

তিতাবৰ আৰক্ষীৰ বৃহৎ সাফল্য । প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট জব্দ

তিতাবৰৰ ফুলবাৰী বজাৰৰ সমীপত প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেট জব্দ তিতাবৰ আৰক্ষীৰ ।

DSP কৌশিক কলিতাৰ নেতৃত্ব চলিছিল এই অভিযান ।

৮টাকৈ চাবোনৰ বাচকত ড্ৰাগছ আৰু এটা পলিথিনত 599 টা Sampex নামৰ নিচাযুক্ত টেবলেট জব্দ কৰিছে আৰক্ষীয়ে ।

নাগালেণ্ডৰ নিউচুৰি বস্তিৰ চুম্বেম’ আৰু আকাহ’টো বস্তিৰ খেট’বি নামৰ দুজন নগা লোকৰ পৰা আৰক্ষীয়ে হাতে লুটে জব্দ কৰিছে ড্ৰাগছসমূহ।

Leave A Reply

Your email address will not be published.