মঙ্গলবাৰে মৰিয়নী নকছাৰিত GST বিভাগৰ অভিযান।
নকছাৰীৰ লিলু আগৰৱালৰ ব্যৱসায়ী প্ৰতিষ্ঠান SK হাৰ্ডৱেৰত GST বিভাগৰ 10 জনীয়া দলৰ অভিযান।
কিন্তু বৰ্তমানলৈকে তদন্তকাৰী দলে ৰাজহুৱা কৰা নাই অভিযানৰ সমগ্ৰ তথ্য।
নথি পত্ৰ নিৰীক্ষনৰ পিছতহে ফাদিল হব ঘটনাৰ কাৰন আৰু সম্পূৰ্ণ তথ্য।