Breaking

অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰীয়াৰ

0 70

অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰীয়াৰ। গুলাব চান্দ কাটাৰীয়া অসমৰ ৩১ সংখ্যক ৰাজ্যপাল। শপত গ্ৰহণ অনুষ্ঠানত থাকে উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আটাইকেইজন মন্ত্ৰী।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই শপত বাক্য পাঠ কৰোৱায় নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াক।

Leave A Reply

Your email address will not be published.