গুৱাহাটী বিহু সন্মিলনীৰ সংবাদমেল

বিহু কুঁৱৰী, বিহু ৰাণী, বিহু সম্ৰাজ্ঞী সন্দৰ্ভত সংবাদমেল। ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ চাৰি দিনীয়াকৈ অনুষ্ঠিত হব ঐতিহ্যমণ্ডিত লতাশিলৰ বিহু অনুষ্ঠান। বিহু সম্ৰাজ্ঞী ১ লাখ, বিহু ৰাণী ৫১ হাজাৰ, বিহু কুঁৱৰী ৩১ হাজাৰৰ লগতে বঁটা প্ৰদান কৰা হব। এইবাৰ নতুন কৈ অনুষ্ঠিত কৰিব মৌ কুঁৱৰী প্ৰতিযোগিতা। অংশগ্ৰহণকাৰীৰ বয়স হব লাগিব ১৩ বছৰৰ অনুৰ্ধৰ।

Related Articles