Breaking

গুৱাহাটীৰ ফটাশিলত দিন ডকাইতিঃ ৩৫ লাখ টকা লুট

0 528
  • মহানগৰীৰ ফটাশিলত দিন-দুপৰতে ডকাইতি
  • এখন ক’লা ৰঙৰ পালচাৰত অহা দুজন দুৰ্বৃত্তই লুটি নিলে নগদ ৩৫ লাখ টকা
  •  এখন ইন’ভা গাড়ীৰ ভিতৰত এটা বেগত আছিল টকাখিনি
  •  ইন’ভা গাড়ীখনৰ নম্বৰ AS 01 DU 0003
  • ফটাশিলৰ HDFC বেংকৰ সন্মুখৰ পৰা লুটিলে ধনখিনি
     ব্যৱসায়ী ভবেন্দ্ৰ পাল সিঙৰ আছিল টকাখিনি
Leave A Reply

Your email address will not be published.