Breaking

গুৱাহাটী NIA আদালতে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা ২জনক ৫ বছৰীয়া কাৰাদণ্ডৰ ৰায়…

0 49

নতুন দিল্লীঃ বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীন (এইচ এম)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গুৱাহাটীৰ NIAৰ বিশেষ আদালতে দুজন ব্যক্তিক পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

আদালতে মোঃ শ্বাহনোৱাজ আলম আলাইছ শ্বাহনৱাজ আলম আৰু ওমৰ ফাৰুকক শাস্তি প্ৰদান কৰাৰ সময়ত তেওঁলোকৰ ওপৰতো জৰিমনা বিহিছিল।

দুয়োকে আইপিচিৰ ১২০বি ধাৰাত দোষী সাব্যস্ত কৰা হৈছিল, ১৮, […]

Leave A Reply

Your email address will not be published.