Breaking

গুৱাহাটীত ফুটিল পুনৰ পানীৰ পাইপ

0 13

> গুৱাহাটীত ফুটিল পুনৰ জলব’ৰ্ডৰ পানীৰ পাইপ

>জলব’ৰ্ডৰ পানীৰ পাইপ ফুটি গণেশগুৰিৰ পথটো হৈ পৰে জলমগ্ন

>মহানগৰীৰ গণেশগুৰি-হেঙেৰাবাৰী লিংক ৰোডত ঘটিছে এই ঘটনা

>পথটো জলমগ্ন হোৱাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা

Leave A Reply