Breaking

হামাছৰ শীৰ্ষ নেতা তেহৰাণ ভ্ৰমণৰ সময়তে হানিয়েকক হত্যা…

0 18

হামাছৰ শীৰ্ষ নেতা ইছমাইল হানিয়েকক হত্যা। তেহৰাণ ভ্ৰমণৰ সময়তে হানিয়েকক হত্যা।

ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত হত্যা ইছমাইলক। ইৰাণ সেনাই প্ৰকাশ কৰিছে এই তথ্য। ইছমাইল হানিয়েকৰ নিৰাপত্তাৰক্ষীকো হত্যা।

কোনে হত্যা কৰিলে এতিয়ালৈকে সেয়া প্ৰকাশ কৰা নাই ইৰাণ সেনাই।

Leave A Reply

Your email address will not be published.