Breaking

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শিক্ষা বিষয়া হৰিপ্ৰসাদ হাজৰিকাৰ দেহাৱসান…

0 80

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শিক্ষা বিষয়া হৰিপ্ৰসাদ হাজৰিকাৰ দেহাৱসান।

আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে। জটিল ৰোগত আক্ৰান্ত হৈ আছিল বাপগৰাকী।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ যথেষ্ঠখিনি কৰিছিল বাপগৰাকীয়ে।

Leave A Reply

Your email address will not be published.