স্বাস্থ্য বাৰ্তা

Breakfast: কেতিয়া ব্ৰেকফাষ্ট কৰিব, দাঁত ব্ৰাছ কৰাৰ আগত নে পিছত ?

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত ব্ৰেকফাষ্ট কৰিব লাগে, নহ’লে দাঁত ব্ৰাছ কৰাৰ পিছত ব্ৰেকফাষ্ট কৰাটো ভাল।( Breakfast)

Period Pain: কোনবিধ চাহ খালে ঋতুস্ৰাৱৰ বিষ কমে ?

হজম শক্তি উন্নত কৰিব আৰু ঋতুস্ৰাৱৰ বিষ কম কৰিব দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত এই বিশেষ চাহ খালে।(Period Pain)

Sunita Williams Hair: মহাকাশত সুনীতা উইলিয়ামছে চুলিৰ যত্ন কেনেকৈ লৈছিল! মহাকাশচাৰীয়ে কেনেকৈ চুলি ধুৱে ?

নাছাৰ ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ প্ৰায় ৯ মাহৰ অন্তত মহাকাশৰ পৰা পৃথিৱীলৈ উভতি আহিছে। মহাকাশচাৰীয়ে মহাকাশত কেনেদৰে চুলি ধুৱে জানো আহক।(Sunita Williams Hair)

Curd: এইসকল ৰোগীয়ে ভুলতেও নাখাব দৈ, সমস্যা বাঢ়িব !

দৈ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। (curd)দৈ খালে পাচনতন্ত্ৰ সবল হৈ থাকে। গ্ৰীষ্মকালত শৰীৰ ঠাণ্ডা হ’বলৈ দৈ খাব লাগে।

How To Remove Holi Colour: গাৰ পৰা হোলীৰ ৰং আঁতৰা নাই নেকি, কেনেকৈ হোলীৰ ৰং আঁতৰাব ?

আমি সকলোৱে হোলী খেলি ভাল পাওঁ, কিন্তু যদি হোলীৰ ৰং আমাৰ কাণত লাগে তেন্তে এই ৰং আঁতৰোৱাটো অতি সহজ নহয়।(How To Remove Holi Colour)

Popular