মাজবাটত  ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ সহযোগত স্বাস্থ্য মেলা …….

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৮ এপ্রিলত এখন  আয়ুষ্মান ভাৰত ব্লক স্বাস্থ্য মেলা অনুষ্ঠিত হৈ যায়। এই স্বাস্থ্য মেলাৰ লগত সংগতি ৰাখি এখন সাধাৰণ সভা অনুষ্ঠিত হয়  ৷ 

সভাত  ৩৯ নং পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ  এম চি এল এ দিপক মৌৰ,  ওদালগুৰি জিলাৰ অতিৰিক্ত উপায়ুক্ত বিৰাজ  কুমাৰ বৰুৱা  ,ভাৰপ্ৰাপ্ত যুটীয়া সেৱা সঞ্চালক ডাঃ অনুৰাধা বৰুৱা,জিলা প্ৰতিষেধক বিষয়া ডাঃ গনেশ চন্দ্ৰ ব্ৰহ্ম,চিকিৎসক বিশেষজ্ঞ ডাঃ ভগীৰথ দে,ডাঃ চন্দন কুমাৰ সাহা,হিৰণ্য গয়াৰী,জ্যোতি কুমাৰ নাথ,বিষ্ণু প্ৰসাদ ৰাভা,ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃলক্ষন কুমাৰ বড়ো,চিকিৎসা বিষয়া ডাঃ সৌৰৱ কুমাৰ বৰ্মন,ডাঃ দীপাঞ্জলী বৰা,ডাঃ খগেন নাথ, মাজবাট উন্নয়ন খণ্ডৰ খণ্ড বিষয়া চম্পক শৰ্মা আদি উপস্থিত থাকি থাকে ৷

সভাখন আতধৰে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পংকজ কুমাৰ সভাপণ্ডিত  ৷উক্ত স্বাস্থ্য মেলাখনত মেডিচিন , শিশুৰোগ , স্ত্ৰী ও প্ৰসূতিৰোগ, অস্থিৰোগ, চকু, ENT, AYUSH আদিকে ধৰি বহুকেইটা বিভাগৰ বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকি চিকিৎসা সেৱা আগবঢ়ায় । লগতে স্বাস্থ্য মেলাখনত আয়ুষ্মান ভাৰতৰ ‘প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ আৰু অটল অমৃত অভিযানৰ কাৰ্ডৰ লগতে Digital Health Card ৰ সুব্যৱস্থা কৰা হৈছে বুলি উদ্যোগতা সকলে সাংবাদিক জানিবলৈ দিয়ে।স্বাস্থ্য মেলাত স্বাস্থ্য কৰ্মী-হিমাংক কলিতা,জুমিশ্ৰী শৰ্মা,দৰথি ডেকা,ৰাজদীপ বৰা,পাৰ্থ প্ৰতিম গাৰ্গ,নীতা দেবী,ৰামিয়া মুণ্ডা,দুলুমনি হাজৰিকা,চৰিতা লোহাৰ,ৰীনা দাস,মাইনু বসুমতাৰী,গোপী এ চাংমা ,সমৰদীপ বৰকাকতি,অৰ্চনা ডেকা,পাপৰি সন্দিকৈ,ললিতা বড়ো,

জুলিমনি ৰাভা,বীৰেন্দ্ৰ দৈমাৰী,জয়ন্ত দৈমাৰী,গজেন চন্দ্ৰ বড়ো,হৰেন বসুমতাৰী,কাষ্টিল  দৈমাৰী,দুলুল বসুমতাৰী,দিপাংকৰ চক্ৰবৰ্তী,বিৰখাং ব্ৰহ্ম,ধৃতিমান  বসুমতাৰী,কান্তেশ্বৰ ব্ৰহ্ম,নীলিমা ডেকা,বীনা কলিতা,চিত্ৰা নাথ,আলবিনা গোড়,বিজয় বসুমতাৰী,বিলাট  বসুমতাৰী,অজয় মোছাহাৰী,তৈয়বুৰ ৰহমান,ইনামুল হক জাভেদ,মেৰিনা বৰা,সমুহীয়া স্বাস্থ্য বিষয়া (CHO) দেবৰাজ হাজং,পাৰ্থজিৎ ৰায়,প্ৰফুল্ল পাটৰ,প্ৰিয়ংকা দেবী,জুতিৰূপা বনিয়া,মানশ্বিনী চৌধুৰী,মৌচুমী বড়ো,কামেশ চৌবাৰ ,মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুভাষ দে আদি উপস্থিত থাকি প্ৰত্যক্ষভাবে সহায় -সহযোগিতা কৰে ৷

Related Articles