স্বাস্থ্য বাৰ্তা

ডায়েবেটিছৰ ভয়ত আম নোখোৱাকৈ আছে নেকি? কেনেকৈ খাব পকা আম…

আম খালেই তেজৰ চুগাৰ বৃদ্ধি নহয়। কেলৰিৰ পৰিমাণ বেছি হ’লেও ওজন বৃদ্ধি হ’ব পাৰে। কেলৰিৰ পৰিমাণ প্ৰায় ১৫০। তাপ সহনশীলতাৰ ফল হৈছে মিঠা পকা...

৫ টা খাদ্যই শৰীৰৰ ক্ষতি কৰাই নহয়, আয়ুসও কমাই…

সুস্বাদু যেন লগা খাদ্যই কিমান সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই কথা জানিলে আচৰিত হ'ব আপুনি। কি কি খাদ্য খালে আয়ুস কম হয় জানেনে।...

ব্ৰেকফাষ্টঃ এই স্বাস্থ্যকৰ খাদ্যৰ সৈতে দিনটোৰ আৰম্ভণি কৰক…

ব্ৰেকফাষ্টঃ যিকোনো ব্যক্তিৰ দিনটোৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্য ব্ৰেকফাষ্ট। যদি আপুনি আপোনাৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে তেন্তে ব্ৰেকফাষ্টো স্বাস্থ্যকৰ হ’ব লাগিব। আমি ৰাতিপুৱা...

কিমান বয়সৰ পৰা ছালৰ যত্ন ল’ব লাগে? ছালৰ যত্নৰ সঠিক বয়স জানি লওক…

ছালৰ যত্ন কেৱল মুখৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবেই নহয়, ছাল পৰিষ্কাৰ আৰু সুৰক্ষাৰ বাবেও সমানেই গুৰুত্বপূৰ্ণ। আপুনি জানেনে যে আপুনি কেতিয়া ছালৰ যত্নৰ আৰম্ভ কৰিব...

থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন…

থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰে ৮ মে’ৰ দিনটোত এই দিৱস পালন...

Popular