Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

নহৰুৰ উপকাৰিতাসমূহৰ সৈতে অৱগত হওঁক…

নহৰু কেনেকৈ সেৱন কৰিব ? ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ এফুটা বা দুফুটা নিতৌ খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী৷ চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে কোনেও দিনটোত ডাঙৰ আকৃতিৰ নহৰু তিনিফুটাতকৈ বেচি নাখায় যেন৷ মছলা হিচাবে নহৰুৰ আদাৰ সৈতে অতি সুন্দৰ
Read More...

নতুন বছৰৰ আগতে চুলি প্ৰাকৃতিকভাৱে ক’লা কৰি লওক

বগা চুলি ক’লা কৰিবলৈ বহু পদ্ধতিৰে চেষ্টা কৰা হয়। যদি আপুনি বগা চুলিৰ বাবে যদি অসুবিধা পায়, তেন্তে তেলৰ সৈতে মিহলি কৰা আলম প্ৰয়োগ কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব পাৰি। ইয়াৰ উপৰিও আন বহুতো সুবিধাও আছে। আজিকালি বয়সৰ আগতেই চুলি বগা হ’বলৈ
Read More...

কলৰ উপকাৰিতা আৰু ঔষধি গুণ জানো আহক…

কলৰ উপকাৰিতা আৰু ঔষধি গুণ জুই বা আন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগাই বান্ধি থব লাগে। জ্বলা-পোৰা কমি অহাৰ লগতে জোলাও নাবান্ধে। ২৫০ মি:লি: গাখীৰ আৰু এচামুচ বিশুদ্ধ মৌ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি বৃদ্ধি
Read More...

অত্যাধিক তেল খোৱাৰ ফলত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় ! কোনবোৰ তেল খাব নালাগে আৰু কোনবোৰ তেল…

এই তেল পাকঘৰৰ পৰা উলিয়াই দিয়ক, নহ’লে কলেষ্টেৰল কেতিয়াও আপোনাৰ পৰা আঁতৰি নাযায়। তেল নহয়, ভুল তেল খোৱাৰ ফলত শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। স্বাস্থ্যৱান হৈ থাকিবলৈ কোনবোৰ তেল খাব নালাগে আৰু কোনবোৰ তেল উপকাৰী জানো আহক। তেল অবিহনে
Read More...

কিডনীৰ পাথৰ হোৱা সম্ভাৱনা বৃদ্ধি কৰা কাৰকবোৰ জানক…

শৰীৰত পানীৰ অভাৱ ঘটিলে, বংশানুক্রমিক, জেনেটিক, মেদবহুলতা, অধিক মাত্ৰাৰ প্ৰ’টিন, লৱণ আৰু গ্লু’কজ থকা খাদ্য, পেৰাথাইৰয়ড গ্রন্থিৰ অসুখ, গেষ্ট্রিক বাইপাছ ছাৰ্জাৰি, Diureties, anti seizure drugs, কেলচিয়ামযুক্ত এন্টাচিড ইত্যাদি।
Read More...

দৈনিক গজালি ওলোৱা বাদাম খালে শৰীৰ শক্তিশালী হৈ থাকিব…

গজালি ওলোৱা বাদাম খালে দিশ পাটানিৰ দৰে শক্তিশালী শৰীৰ পোৱা যাব, আৰু বহুতো উপকাৰ পোৱা যাব!গজালি ওলোৱা বাদাম খোৱাৰ অভ্যাস বহুত কম, কিন্তু যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে, তেন্তে আপুনি ইয়াক দৈনিক সেৱন কৰিবলৈ আৰম্ভ কৰিব। বহুতে বাদাম ভাল
Read More...

কিছুমান ভুল অভ্যাসৰ বাবে বৃক্কৰ ক্ষতি হয়! জানক এই ভুল অভ্যাস বোৰৰ বিষয়ে…

বৃক্ক সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। বৃক্কৰ প্ৰধান কাম হ’ল তেজ পৰিষ্কাৰ কৰা। বৃক্কই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ই বিষাক্ত পদাৰ্থবোৰ মূত্ৰাশয়ত সোমাই দিয়ে, প্ৰস্ৰাৱ কৰাৰ সময়ত শৰীৰৰ পৰা ওলাই যায়। আজি আমি আপোনালোকক জনাম
Read More...

নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাংগনত কিডনী আৰু ইউৰ’লোজী বিনামূলীয়া চিকিৎসা শিবিৰ

কামৰূপ জিলাৰ সোণাপুৰৰ নিকটৱৰ্তী কমাৰকুছি নাজিৰাখাটত নতুনকৈ মুকলি কৰিবলগীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ ইনষ্টিটিউট অৱ ইউৰ'লোজি এণ্ড কিডনী ডিজিজেছৰ উদ্যোগত তথা  ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেচনৰ সহযোগত  নলবাৰী শ্ৰীশ্ৰী
Read More...

শিশুক প্লাষ্টিকৰ বটলেৰে গাখীৰ খোৱালে স্বাস্থ্য ক্ষতি হোৱাৰ সম্ভাৱনা থাকে…

যদি আপুনি আপোনাৰ সন্তান সুস্থ হোৱাটো বিচাৰে, তেন্তে নিশ্চিতভাৱে তেওঁৰ গাখীৰৰ বটলৰ বিষয়ে কিছু কথা জানি লওক। অন্যথা তেওঁ অতি সোনকালে কোনো ডাঙৰ ৰোগৰ চিকাৰ হব পাৰে।সমগ্ৰ দেশৰ বহু মাতৃয়ে নিজৰ সন্তানক প্লাষ্টিকৰ বটলেৰে খুৱাই দিয়ে। আপুনি জানি
Read More...

ৰাতি খাদ্য নোখোৱাকৈ শুই যোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক! স্বাস্থ্যৰ বহু ক্ষতি হোৱা সম্ভাৱনা…

প্ৰতিটো আহাৰ আমাৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ, কিন্তু যদি আপুনি ৰাতিৰ আহাৰ নাখায় তেন্তে ইয়াৰ গুৰুতৰ পৰিণতি হব পাৰে। ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে শৰীৰৰ পুষ্টি আৰু আমাৰ সামগ্ৰিক বিকাশৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। যদিও বহুতে
Read More...