Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

শাৰীৰিক সুস্থতাৰ বাবে মৌচুমী টেঙা খাওক আৰু সুস্থ থাকক…

ফলৰ ভিতৰত মৌচুমী টেঙা হৈছে এনে এবিধ ফল যি সকলো সময়তে উপলব্ধ হয় । শাৰীৰিক সুস্থতাৰ বাবে মৌচুমী টেঙাৰ বহু উপকাৰী গুণ আছে । বিভিন্ন পলিফেনলিক যৌগ সমৃদ্ধ মৌচুমী টেঙাই আমাৰ শৰীৰত মিনাৰেল, ডায়েটৰি ফাইবাৰ যোগান ধৰে । যি মানুহৰ হজম শক্তি বৃদ্ধি
Read More...

কিচমিচৰ পুষ্টিকৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

কিচমিচ সৰু যেন লাগিব পাৰে। কিন্তু ইয়াত বহুতো পুষ্টিকৰ উপাদান লুকাই থাকে।বহুত গৰম হোৱাৰ বাবে মানুহে প্ৰায়ে ইয়াৰ বেছিকৈ নাখায়। অৱশ্যে তিয়াই থোৱা কিচমিচ খালে নিশ্চিতভাৱে উপকৃত হ’ব।কিচমিচত প্ৰচুৰ পৰিমাণে আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু
Read More...

পাকঘৰত থকা কিছুমান সামগ্ৰীৰে দূৰ কৰিব পাৰিব ডিঙি চেৰচেৰাই থকা সমস্যা…

পৰিৱৰ্তিত বতৰত আমি বহু ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ সন্মুখীন হ’বলগীয়া হয়, য’ত চৰ্দি, কাহৰ সম্ভাৱনা সৰ্বাধিক। যিহেতু শীতৰ বতৰ এতিয়াও সম্পূৰ্ণৰূপে অহা নাই, গতিকে বহুতে এতিয়াও ঠাণ্ডা পানী, ঠাণ্ডা পানীয়, বা লাছি খোৱাৰ অভ্যাস এৰি দিয়া নাই,
Read More...

বন্ধাকবিৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

ৰসায়নিক সাৰ আৰু কীটনাশক আদিয়ে বন্ধাকবিৰ বদনাম কৰিছে যদিও চিনাকী পাচলিবিধৰ আছে বহু উপকাৰিতা। বন্ধাকবি Brassica genus প্ৰজাতিৰ পাচলি। ব্ৰকলি, ফুলকবি, পালেং আদিও এই শ্ৰেণীৰ পাচলি। সেউজীয়া বন্ধাকবিয়েই অধিক সুলভ যদিও ৰঙা, বেঙেনাৰঙী, নীলা
Read More...

এই ছোৱালীজনীৰ চুলিয়ে মূৰৰ পৰা মাটি স্পৰ্শ কৰে ..ক’লে ডাঠ দীঘল আৰু শক্তিশালী চুলিৰ ৰহস্য

ডাঠ, দীঘল আৰু মজবুত চুলি বহুতৰে কামনা। কিন্তু যিসকলৰ এনে চুলি আছে তেওঁলোকৰ বাবে চোৱাচিতা কৰাটোও এটা কাম। ইফালে এগৰাকী ছোৱালীয়ে ৫ ফুটতকৈও অধিক দীঘল চুলিৰ যত্ন কেনেকৈ লয় সেই কথা ক’লে। ছোৱালীজনীৰ চুলিখিনি তাইৰ উচ্চতাতকৈ দীঘল। থিয় হওঁতে
Read More...

চীনত পুনৰ বৃদ্ধি পালে কোৰোনাত মৃত্যুৰ সংখ্যা

চীনত পুনৰ প্ৰচণ্ড সংক্ৰমণ কৰ’না ভাইৰাছৰ। চীনত পুনৰ ত্ৰাস কৰিছে কৰ’না ভাইৰাছে। যি সময়ত প্ৰতিখন দেশ ক্ৰমান্বয়ে কৰ’না ভাইৰাছৰ কবলৰ পৰা সুস্থ হৈ উঠিছে, সেই সময়তে চীনৰ পৰিস্থিতি সলনি হৈছে। এতিয়াও কঠোৰ নিয়মেৰে মানি চলি আছে লকডাউন। যিমানেই
Read More...

ইলন মাস্কে ১৩ কিলোগ্ৰামলৈকে ওজন হ্ৰাস কৰিলে। তেওঁ কোৱা গোপন কথা…

শেহতীয়াকৈ টুইটাৰ অধিগ্ৰহণ কৰা ইলন মাস্কে চলিত বৰ্ষৰ আৰম্ভণিতে ৪৪ বিলিয়ন ডলাৰৰ টুইটাৰ চুক্তি বন্ধ কৰি দিছিল। তেতিয়া গ্ৰীচত থকা ইলন মাস্কৰ এখন ফটো আৰু এতিয়া তেওঁৰ চেহেৰাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁক
Read More...

ফুলকবিৰ উপকাৰিতা জানো আহক…

ফুলকবিৰ উপকাৰিতা:-ফুলকবি ক্যানছাৰ জীবাণুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সক্ষম। স্তন ক্যানছাৰ, কোলন ও মূত্রথলিৰ ক্যানছাৰৰ জীবাণুক ধ্বংস কৰে ফুলকবি। ক্যানছাৰৰ জীবাণুক দেহৰ পৰা বাহিৰ কৰি
Read More...

নাৰিকল তেলৰ উপকাৰিতা জানো আহক…

নাৰিকল তেল সাধাৰণতে চুলিৰ পৰিচৰ্যাৰ বাবেহে ব্যৱহাৰ কৰোঁ যদিও ভাৰতবৰ্ষত বহু অঞ্চলত ৰন্ধন কাৰ্যতো এই তেলৰ ব্যৱহাৰ হয়। নাৰিকল তেলৰ উপকাৰিতা সম্বন্ধে আমাৰ বহুতেই অৱগত নহয় যদিও চিকিৎসা বিজ্ঞানীসকলৰ মতে এই তেলে শৰীৰৰ বহু ধৰণৰ উপকাৰ কৰে।
Read More...

ডায়েবেটিছ ৰোগীয়ে কোনো ধৰণৰ অপৰাধবোধ নোহোৱাকৈ ৭ টা খাদ্য সামগ্ৰী খাব পাৰে…

হাই ব্লাড চুগাৰ আক্ষৰিক অৰ্থত এক নিৰৱ মহামাৰী, যিয়ে বিশ্বজুৰি লাখ লাখ লোকক আক্ৰান্ত কৰে। ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ সুস্থ জীৱনশৈলী আৰু সঠিক খাদ্যাভ্যাস অতি প্ৰয়োজনীয়। বিশেষকৈ খাদ্যৰ কথা আহিলে যিসকল লোকৰ ব্লাড চুগাৰ বেছি, তেওঁলোকে
Read More...