Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

কেঁচা জলকীয়াৰ স্বাস্থ্যসন্মত গুণ জানো আহক…

আঞ্জাত জ্বলা দিলেও কেঁচা জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস। কেঁচা জলকীয়া নিয়মিত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবেই বহু লোকে আকৌ ধমকো দিয়ে। কিন্তু আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন 'চি’ৰে
Read More...

গৰম পানীৰে ভৰি ধোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক….

গৰম পানীৰে ভৰি ধোৱাৰ উপকাৰিতাৰ কথা।  গৰম পানীৰে ভৰি ধোৱাৰ আটাইতকৈ ডাঙৰ উপকাৰিতা হ'ল দেহৰ ৰক্ত সঞ্চালন। উচ্চ ৰক্তচাপজনিত ৰোগ থকা লোক সকলে গৰম পানীৰে ভৰি ধুলে যথেষ্ট উপকাৰিতা লাভ কৰিব।
Read More...

শীতকালত ছালৰ যতন কেনেকৈ ল’ব লাগে জানো আহক…

শীতকালত ছালৰ যতন কেনেকৈ ল’ব? নেমুৰ ৰস, গোলাপ জল আৰু গ্লিচাৰিণ মিহলাই প্ৰতিদিনে গা-ধোৱাৰ পিছত সানিলে ৰুক্ষ ছাল মসৃণ হৈ পৰিব।চাবোনৰ সলনি মুখ ধুওঁতে বেচনহে ব্যৱহাৰ কৰিব।মাজে মাজে অলিভ অইল মালিচ কৰিলে ছাল নিমজ হৈ থাকে।
Read More...

শীতকালত কমলা টেঙা খোৱাৰ উপকাৰিতা জানক…

শীত কালৰ অন্য এক চিনাকি বজাৰ ভৰি পৰা কমলা বা সুমথিৰা। সুগন্ধ, সুস্বাদু, সুস্বাস্থ্যৰ আকৰ কমলা টেঙাই শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আকৰ্ষণ কৰে। নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নানা আকাৰৰ কমলা অসমৰ বজাৰত ভৰি পৰে। কমলাত যথেষ্ট পৰিমাণে বিভিন্ন
Read More...

মানুহে ৰুদ্ৰাক্ষ বা স্পাটিক (কোৱাৰ্টছ স্ফটিক) মালা কিয় পিন্ধিব লাগে?

ৰুদ্ৰাক্ষৰ গুটি আচলতে Elaeocarpus ganitrus নামৰ উদ্ভিদৰ বীজ।ৰুদ্ৰাক্ষই শৰীৰৰ ভিতৰৰ জীৱন শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে আৰু সকলো ধৰণৰ দূষণৰ বিৰুদ্ধে যুঁজ দিয়ে। ৰুদ্ৰাক্ষই আপোনাৰ শৰীৰক নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে।
Read More...

কি ভিটামিনৰ অভাৱত অলপ কাম কৰিলে‌‌ই ক্লান্ত অনুভৱ হয় জানো আহক…

শৰীৰৰ ভিতৰৰ পৰা সুস্থ ৰখাত যিবোৰ উপাদানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে, সেইবোৰত ভিটামিন  বি১২ থকা অপৰিহার্য । পৰিসংখ্যা অনুযায়ী, প্রায় ৪৭ শতাংশ লোকে এই ভিটামিনৰ অভাৱত ভুগিছে । নিৰামিষ খাদ্যত ভিটামিন বি১২-ৰ পৰিমাণ কম থাকে । ফলত যিসকল
Read More...

সৰিয়হৰ তেলৰ কিছুমান উপকাৰী গুণৰ বিষয়ে জানো আহক…

সৰিয়হৰ তেলৰ কিছুমান উপকাৰী গুণ - *শুকান ছালৰ বাবে উপকাৰী: সৰিয়হৰ তেল সেৱনে আপোনাৰ স্বাস্থ্য ভালে ৰখাৰ লগতে আপোনাৰ ছালখনো মসৃণ কৰি ৰখাত সহায় কৰে। সৰিয়হৰ তেলত ভিটামিন ‘ই’ পৰ্যাপ্ত মাত্ৰাত পোৱা যায়। শীতকালত বহু লোকৰ ছাল শুকাই যায়
Read More...

যৌন ৰোগ অৱহেলা কৰিলে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে…

যৌন ৰোগ কেৱল অসুৰক্ষিত যৌন সম্বন্ধৰ ফলতেই নহয়, অন্য কাৰণতো হয়। সেয়ে সময় থাকোঁতেই ইয়াৰ পৰীক্ষা আৰু চিকিৎসা কৰাব লাগে, অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ’বগৈ পাৰে। যৌন ৰোগত সংক্ৰমিত মহিলা বা যুৱতীৰ সৈতে যদি কোনো লোকে অসুৰক্ষিত যৌন সম্পৰ্ক
Read More...

পেটৰ চৰ্বি স্বাস্থ্যৰ বাবে কিমান বিপজ্জনক জানো আহক…

আমাৰ দেশৰ অধিকাংশ মানুহৰে পেটত অতিৰিক্ত চৰ্বি আছে। অতিৰিক্ত পেটৰ চৰ্বিয়ে দেহৰ সৌন্দৰ্য নষ্ট কৰে। সেইবাবে বেছিভাগ মানুহেই নানা ধৰণৰ ঢিলা আৱৰণেৰে নিজৰ বাঢ়ি অহা পেটটো(বেলী ফেট) ঢাকিবলৈ চেষ্টা কৰে। কিন্তু সৰহসংখ্যকে মানুহেই এইটো উপলব্ধি নকৰে
Read More...

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেংগুৱে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আজি ৰাজ্যজুৰি নতুনকৈ ৯১ গৰাকী ডেংগু…

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডেংগু সংক্ৰমণ। যোৱা কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেংগুৱে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আজি ৰাজ্যজুৰি নতুনকৈ ৯১ গৰাকী ডেংগু সংক্ৰমিত ৰোগী চিনাক্ত হৈছে।
Read More...