Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

ভৰিৰ নখৰ যন্ত্ৰণাত ভূগিছে যদি কেইটামান বিশেষ ঘৰুৱা চিকিৎসাৰ উপাই জানি ল‌ওঁক…

বহুতো লোকৰ ভৰিৰ বুঢ়া আঙুলিত নানাধৰণৰ সমস্যা হয়, যাৰ কাৰণে তেওঁ যন্ত্ৰণাত ভুগিবলগাত পৰে। ভৰিৰ নখত যদি ভেঁকুৰ (ফাংগাছ) জাতীয় বস্তুৰ সংক্রমণ হৈ থাকে। তেন্তে নখবোৰ সম্পূৰ্ণৰূপে ভাঙি যাব। তদুপৰি এনে সংক্ৰমণৰ কাৰণে নখৰ ৰঙো নষ্ট হৈ যায়। যদিহে
Read More...

মানুহৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে মানসিক চাপ ! মানসিক চাপে মানুহৰ ৰোগ বৃদ্ধি কৰে। কেনেকৈ দূৰ কৰিব…

আজিকালি মানসিক চাপ সকলোৰে জীৱনৰ এটা অংশ হৈ পৰিছে। মানসিক চাপ দূৰ কৰাৰ সৰল উপায়: আজিকালি মানসিক চাপ সকলোৰে জীৱনৰ এটা অংশ হৈ পৰিছে। আজিকালি মানুহবোৰ সামান্যতম কথাত টেনচন হৈ পৰিছে। কিন্তু মানসিক চাপ শীঘ্ৰে নাইকিয়া নকৰিলে বহু প্ৰকাৰৰ ৰোগত
Read More...

সুস্বাস্থ্যৰ আঁৰত যোগাসনৰ ভূমিকা কিয় অতি গুৰুত্বপূৰ্ণ জানক…

ত্ৰিকোণাসন – ত্ৰিকোণৰ অৰ্থ তিনিটা কোণ। এই আসনৰ পুৰ্ণ  অৱস্থাত তিনি কোণৰ দৰে দেখা যায় বাবে এই আসনটোক ত্ৰিকোণাসন নামেৰে জনা যায়। থিয় হৈ কৰা আসনৰ স্থিতি অৱস্থাত থাকি বাওঁ ভৰিখন একে ঠাইতে ৰাখি সোঁভৰিখন শৰীৰৰ উচ্চতা অনুসৰি ডেৰ ফুটৰ পৰা
Read More...

নখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ল’ব লগা কেইটামান বিশেষ যত্ন জানক…

পুৰুষেই হওক বা মহিলাই হওক আজি প্ৰতিগৰাকী ব্যক্তিয়ে সৌন্দৰ্য সম্পৰ্কে সচেতন। নাৰীসকল এইক্ষেত্ৰত আগবঢ়া। প্ৰত্যেকগৰাকী নাৰীয়ে নিজক সজাই ভাল পায়। পিছে সৌন্দৰ্য সচেতন ব্যক্তি হ’বলৈ কেৱল নিজৰ মুখমণ্ডল সুন্দৰ কৰিলেই নহ’ব। কাপোৰৰ বাহিৰত ওলাই
Read More...

ভৰিৰ ছালৰ যত্নৰ কেইটামান বিশেষ ঘৰুৱা উপায়…

গোটেই দিনটো খোজকাঢ়ি, কাম-বন কৰি আমি ভাগৰি পৰো। তেতিয়া অলপ গৰম পানীত নেমুৰ ৰস আৰু অলপ নিমখ দি ভৰি দুখন কিছুসময় জুবুৰিয়াই থ’ব। বহুখিনি আৰাম পাব। ভাগৰ পলাব লগতে ৰাতি সু-নিদ্ৰা হ’ব। গোৰোহাৰ খহটা ছালখনত অকণমান নিমখ আৰু অলিভ অইলেৰে মিহলাই
Read More...

ব্ৰেড-টি স্বাস্থ্যৰ বাবে ক্ষতি কাৰক নেকি? আপুনি চাহৰ সৈতে পিঠা খায় নেকি? পঢ়ক…

আপুনি চাহৰ সৈতে পিঠা খায় নেকি? ইয়াক আজি এৰি দিয়ক নহ'লে ই স্বাস্থ্যৰ ওপৰত গধুৰ হ'বপিঠা আৰু চাহ: আমি প্ৰতিদিনে পিঠা আৰু চাহৰ সৈতে আৰম্ভ কৰোঁ, কিন্তু আমি কেতিয়াবা ভাবিছোঁ নেকি যে ইয়াক খাই আমাৰ স্বাস্থ্যৰ কিমান ক্ষতি কৰিব পাৰি? কোনটো
Read More...

আপোনাৰ দাঁতৰ দাগ আঁতৰোৱাৰ কেইটামান বিশেষ উপায়…

দাঁতত দাগ ল’গা কাৰণ দাঁত ভালদৰে চাফা নকৰা।খাদ্যগ্ৰহণৰ অভ্যাস।ধুমপান।পান মছলা খোৱা।দাঁতৰ আলুত সংক্ৰমণ।দাঁত আৰু মাৰি ভঙা।ভিটামিন চি আৰু ডি ৰ অভাৱ।কেলছিয়ামৰ পৰিমাণ কমি যোৱা।খোৱা পানীত ফ্লৰাইডৰ পৰিমাণ বেছি থকা।দাঁতৰ ক্ষয়।
Read More...

কথা পাহৰি যোৱাটো ৰোগ হয়নে নহয় জানেনে…

সাধাৰণ ভাষাত সৰ্বসাধাৰণ লোকে ‘কথা পাহৰি যোৱা ৰোগ’ বুলি কয়। সৰ্বসাধাৰণ লোকৰ ধাৰণা যে এই ৰোগ যুৱাৱস্থাৰ নহয়, বৰং ৭০ বছৰ বয়স পাৰ হোৱাৰ পিছতহে হয়। কিন্তু প্ৰকৃততে সেয়া নহয়। এই ৰোগ কম বয়সতো হ’ব পাৰে। বয়স বঢ়াৰ লগে লগে এই ৰোগৰ আশংকা
Read More...

পুৰুষৰো হ’ব পাৰে স্তন‌ৰ কৰ্কট ৰোগ । সাৱধান হ‌ওঁক !

ব্ৰেষ্ট কেন্সাৰ বা স্তনৰ কৰ্কট ৰোগ বুলিলেই পোনচাটেই আমাৰ মনলৈ আহে যে, এই ৰোগ কেৱল নাৰীৰহে হয় বা হ’ব পাৰে। কিন্তু পুৰুষৰো যে এই ৰোগ হ’ব পাৰে, সেই কথা আমি ভাবি নাচাওঁ। নাৰীসকলতকৈ পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনীয়তা কিছু কম। কিন্তু
Read More...

আপোনাক বাৰু মহে বেছিকে কামোৰে নেকি বা আপুনি মহৰ কামোৰত অতিষ্ঠ হৈ পৰিছে নেকি…

আপোনাক বাৰু মহে বেছিকে কামোৰে নেকি? জানেনে কিছুমান ব্যক্তিক মহে কিয় বেছিকৈ কামোৰে।বাৰিষা কালছোৱাত আমি নানা সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়। এই সমস্যাবোৰৰ ভিতৰত অন্যতম সমস্যা হৈছে -মহ৷ এই সময়খিনিত বছৰৰ আন সময়তকৈ মহৰ প্ৰাৰ্দুভাৱ বেছি
Read More...