Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

গৰ্ভাৱস্থাত সৌন্দৰ্যচৰ্চাৰ ক্ষেত্ৰত এই ৪ টা বস্ত পৰিহাৰ কৰক, নহলে আপোনাৰ সন্তানলৈ নামি আহিব পাৰে…

গৰ্ভাৱস্থাত হোৱা সকলো ছালৰ পৰিৱৰ্তন অস্থায়ী আৰু নিজে আঁতৰি যাব পাৰে। অৱশ্যে, আমি সেইবোৰ সমাধান কৰিবলৈ এনে ঔষধ ব্যৱহাৰ কৰোঁ। যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ আৰু আপোনাৰ সন্তানৰ স্বাস্থ্যৰ ওপৰত পৰে।গৰ্ভধাৰণৰ সময়ত আমি যত্ন লোৱাৰ বহুতো উপায়ৰ
Read More...

বাৰিষাত কলমৌ শাক খোৱাৰ আগতে জানি লওক উপকাৰিতা …

কলমৌ শাক এক প্ৰকাৰৰ অৰ্ধ-জলজ উষ্ণমণ্ডলীয় লতাজাতীয় শাক৷ কলমৌ শাক এবিধ আঁহজাতীয় খাদ্য৷ কলমৌ শাকৰ পুষ্টিগুণ অনন্য৷ ইয়াত প্ৰচুৰ পৰিমাণে খাদ্য উপাদান পোৱা যায়৷ এইবিধ শাক অতি সহজতে আমাৰ ওচৰ-পাঁজৰে থকা জলাশয়, বিল আদিত পোৱা যায়৷
Read More...

আপুনি চাহ খাই ভাল পায় নে ? তেন্তে আজি খাওক নীলা চাহ …

অসমত চাহ খোৱাৰ কথা সকলোৱে জানে । সকলোৱে ৰঙা চাহ, গাখীৰ চাহ, সেউজীয়া চাহৰ বিষয়ে জানে। কিন্তু, আপুনি জানেনে, এই পৃথীৱীত নীলা চাহো আছে? এই চাহ বৰ্তমানৰ সময়ত বহুত জনপ্ৰিয় হৈ পৰিছে। যিসকলৰ সেউজীয়া চাহ খোৱাৰ অভ্যাস আছে, তেওঁলোকে এতিয়া
Read More...

গৰমত কাঠফুলা খোৱাৰ আগতে জানি লওক , ইয়াৰ গুণাগুণ

মানুহ এজন সুস্থভাৱে জীয়াই থাকিবলৈ হ’লে, তেওঁৰ দেহত প্ৰটিনৰ প্ৰয়োজন অপৰিহাৰ্য্য। কাৰণ প্ৰটিন হ’ল, মানৱ দেহত শক্তি যোগোৱাৰ প্ৰধান উপাদান। সাধাৰণতে এই প্ৰটিন আমি ভাত, ৰুটি, মাংস, কণী ইত্যাদি খাদ্যবোৰৰ পৰা পাওঁ।
Read More...

গৰমত ডাব নাৰিকলৰ পানী খোৱাৰ আগতে জানি লওক উপকাৰিতা …

নিয়মিত এই পানীয় সেৱন কৰিলে মুখৰ দাগ, ভ্ৰুণ আদি নোহোৱা হয় আৰু মুখৰ উজ্বলতা বৃদ্ধি পায়,দেহত ঘামুচি নহয়। গৰমত শৰীৰৰ ডিহাইড্ৰেছন দূৰ কৰাৰ উদ্দেশ্যে এই পানী পান কৰিলে তাৎক্ষণিক ফল পোৱা যায়। গৰ্ভৱতী মহিলা সকলেও এই পানী মাজে সময়ে পান কৰা
Read More...

সুস্থ হৈ আয়ুৰসুন্দ্ৰাৰ পৰা ঘৰলৈ উভতিল জুবিন গাৰ্গ

এতিয়াৰে পৰা দৈনিক GYMলৈ যাব জুবিনে । প্ৰতিদিনে JUICE খাম, নতুন অংগীকাৰ জুবিন গাৰ্গৰ । হাস্পতালৰ পৰা ওলায়েই জুবিন গাৰ্গৰ পণ । সুস্থ হৈ আয়ুৰসুন্দ্ৰাৰ পৰা ঘৰলৈ উভতিল জুবিন ।
Read More...

নেমুৰ খোৱাৰ আগত নেমুৰ উপকাৰীতা বিষয়ে জানি লওক…

ঘৰত কাৰোবাৰ বমি ভাব আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা সমাজত এতিয়াও প্ৰচলিত আছে। পেটৰ অসুখ হ’লে আচাৰৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে পেটৰ অসুখ ভাল হয়।নেমুটেঙাক কাজী টেঙা বুলিও কয়। ইয়াৰ শাস্ত্ৰীয় নাম- নিম্বুক,
Read More...

ৰাজ্যত বৃদ্ধি পাইছে জাপানিছ এনকেফেলিইটিছ ৰোগীৰ সংখ্যা…

ৰাজ্যত বৃদ্ধি পাইছে জাপানিছ এনকেফেলিইটিছ ৰোগীৰ সংখ্যা । চলিত মাহত জাপানিছ এনকেফেলিইটিছত আক্ৰান্ত হৈছে ২২৬ গৰাকী লোক । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ প্ৰতিবেদনত প্ৰকাশিত পাইছে এই তথ্য় । আনহাতে ২০ জুলাইত নতুনকৈ ২৪ টা ঘটনা পোহৰলৈ অহাৰ লগতে
Read More...

অতিপাত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম …

অতিপাত গৰমৰ সময়ত, সেয়া কোনো গৰম দিনটোত বা গ্ৰীষ্ম প্ৰবাহৰ সময়ত মনত ৰাখিবলগীয়া কথাকেইটা হ’ল :- সৰহকৈ বিশুদ্ধ পানী সেৱন কৰক, আনকি বেছি পিয়াহ নালাগিলেও সেয়া কৰক।ভিজা গামোচা ব্যৱহাৰ কৰি শৰীৰটো ঠাণ্ডা কৰি ৰাখক, ভৰি ঠাণ্ডা পানীত ডুবাই
Read More...

ওজন হ্ৰাস কৰিব বিচাৰে নেকি তেন্তে গ্ৰহন কৰক পিঁয়াজ…

শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাৰ ফলত সহজে ওজন বৃদ্ধি হ'ব পাৰে। যি শৰীৰৰ সৌন্দৰ্য হ্ৰাস কৰে, লগতে বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি কৰে। আনহাতে, শৰীৰৰ আন অংশত চৰ্বি হ্ৰাস হ'লেও, পেটৰ চৰ্বি সহজে গলি নাযায়। বহুলোকে ওজন হ্ৰাস কৰিবলৈ খোৱা বন্ধ কৰে।
Read More...