স্বাস্থ্য বাৰ্তা

Cigarette And Tea Combination: সাৱধান! চাহ আৰু চিগাৰেট একেলগে খোৱাৰ অভ্যাস আপোনাৰো আছে নেকি?

চাহ আৰু চিগাৰেটৰ সংমিশ্ৰণে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে, যদি আপুনি চাহ আৰু চিগাৰেট একেলগে খাই তেন্তে আপুনি যিকোনো সময়তে অসুস্থ হৈ পৰিব পাৰে।(cigarette and tea combination)

Dry Fruits: পানী নে গাখীৰ, শুকান ফল কিহত তিয়াই ৰাখিলে ছুপাৰফুড হ’ব?

আমি সকলোৱে জানো যে শুকান ফল আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী, কিন্তু ইয়াক কিছু তৰল পদাৰ্থত তিয়াই দিলে অধিক উপকাৰী হ’ব পাৰে।(Dry Fruits)

Brinjal: শীতকালত পুৰা বেঙেনা খাই নে? পুৰা বেঙেনাৰ আছে বহু উপকাৰিতা

বেঙেনাত থকা ভিটামিন আৰু খনিজ পদাৰ্থই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু হজম শক্তি উন্নত কৰে। কেলৰি কম আৰু আঁহ বেছি হোৱাৰ বাবে বেঙেনাই ওজন হ্ৰাসতো সহায় কৰে।(Eggplant)

Wrinkles: এই ৫টা অভ্যাসৰ পৰা আঁতৰি থাকক! নহ’লে কম বয়সতে বৃদ্ধ ছালৰ গৰাকী হ’ব

বয়স বঢ়াৰ লগে লগে বলিৰেখা ওলোৱাটো অতি সাধাৰণ কথা। কিন্তু যদি কম বয়সতে মুখৰ ছাল ঢিলা হ’বলৈ আৰম্ভ কৰে, তেন্তে আপোনাৰ কিছুমান অস্বাস্থ্যকৰ অভ্যাস ইয়াৰ বাবে দায়ী হ’ব পাৰে।(Wrinkles)

Art and Literature Awards:শিশু সাহিত্যক-কাৰ্টুন শিল্পী তপন বৰুৱালৈ ‘শিল্প-সাহিত্য বঁটা-২০২৪’

'৪২ৰ গণ আন্দোলনৰ সক্ৰিয় কৰ্মী, কংগ্ৰেছ সেৱা বাহিনীৰ সেনানী মুক্তিযোদ্ধা বগাৰাম দিহিঙীয়াৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানটি কাইলৈ অনুষ্ঠিত হ'ব।(Art and Literature Awards)

Popular