Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

আজিৰে পৰা ৰাজ্যত বলৱৎ হ’ব নতুন এছঅ’পি

সোমবাৰে প্রকাশ কৰা নতুন এছ অ’ পি অনুসৰি আজিৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন৷ ইয়াৰ লগে লগে ৰাজ্যত দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি খুলি ৰখাৰ সময় পূর্বৰ তুলনাত এঘণ্টা
Read More...

কেন্দ্রীয় AYUSH মন্ত্রী সর্বানন্দ সোণোৱালৰ সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান পৰিদর্শন

কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যিক মন্ত্রী মুঞ্জাপাৰা মহেন্দ্রভাইয়ে দেওবাৰে সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান পৰিদর্শন কৰি এটা বহুমুখী যোগ ভৱন আৰু এটা প্রেক্ষাগৃহ মুকলি কৰে৷ দুয়োগৰাকী মন্ত্রীয়ে প্রতিষ্ঠানটোৰ কাম–কাজৰ
Read More...

মন্ত্ৰী অতুল বৰা ক’ভিড পজিটিভ

"মই মৃদু লক্ষণৰ সৈতে ক'ভিড-19 পজিটিভ ।যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক মই অতি সোনকালে নিজকে পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছো," মন্ত্ৰী অতুল বৰাই টুইট কৰে। ক'ভিড-19 পজিটিভ হোৱা কথা মন্ত্ৰী গৰাকীয়ে এটা টুইট যোগে সদৰি কৰে।
Read More...

ডবকাত আৰক্ষীৰ অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ  অন্তৰ্গত ডবকা ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই আজি সন্ধিয়া দুই ড্ৰাগছ সৰবৰাহ কাৰীক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷  আজি সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি ডবকাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত
Read More...

ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত জিন্টু মনি ডেকাক আৰ্থিক সাহাৰ্য বাবে আহ্বান

২৩ বছৰীয়া এগৰাকী মেধাবী যুৱক, যুৱক জনৰ নাম জিন্টু মনি ডেকা। ওদালগুৰি জিলাৰ ৰৌতাৰ ঝাৰগাঁৱত ঘৰ জিন্টু মনি ডেকাৰ। ব্ৰেইন টিউমাৰৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা দুচকুৰে নেদেখা হ'ল জিন্টু মনিয়ে। দুয়ো চকুৰ দৃষ্টি শক্তি হেৰুৱালে
Read More...

সমস্যা সমাধানৰ দাবীত নগৰবেৰাত মহিলা সংগঠনৰ প্ৰতিবাদী কাৰ্য্যসূচী

নগৰবেৰাত খাদ্য সুৰক্ষাৰ চাউলৰ যোগান নিয়মীয়া কৰাৰ দাবী আৰু বেংক সেৱাৰ পুতৌজনক সেৱাৰ প্ৰতিবাদত কালি স্থানীয় পিজুপাৰা পলাহৰটাৰী মহিলা সমিতিয়ে  এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে বৃহত্তৰ নগৰবেৰাৰ একমাত্ৰ লেনদেনৰ বিত্তীয়
Read More...

দেৰগাঁও গাঁও পঞ্চায়তৰ স্থায়ী ভৱন উন্মোচন

দেৰগাঁও গাঁও পঞ্চায়ত গঠন হোৱাৰ পিছৰে পৰা দীৰ্ঘ দিনে স্থায়ী পঞ্চায়ত কাৰ্যালয়ৰ অভাৱ দুৰ কৰি ২ আগষ্টত স্থায়ী ভৱনৰ ফিটা কাটি দ্বাৰ উন্মোচন কৰে স্থানীয় বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে। পঞ্চায়তটোৰ চতুৰ্দশ বিত্তীয় আয়োগৰ সাত লক্ষ টকাৰে
Read More...

বঙাইগাঁৱত বিশ্ব স্তনপান সপ্তাহ পালন

প্ৰতিগৰাকী শিশুৰ বাবে মাতৃদুগ্ধ সঞ্জীৱনী সুধা। ছমাহ বয়সলৈকে এটি শিশুক মাতৃ দুগ্ধ পান কৰোৱাটো অতি আৱশ্যক। তেতিয়াহে শিশুটি শাৰীৰিক-মানসিকভাৱে সুস্থ হৈ বৃদ্ধি হয়। এই কথাখিনিৰ ক্ষেত্ৰত প্ৰতিগৰাকী মাতৃক সজাগ কৰাৰ অৰ্থে পালন কৰি অহা হৈছে
Read More...

মন্ত্ৰী অজন্তা নেওগৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি মন্ত্ৰী অজন্তা নেওগে সমাজ কল্যাণ সঞ্চালকালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত উপস্থিত হৈ বিভাগটোত বিভিন্ন কাম-কাজৰ বুজ লয় ।অসমৰ বিভিন্ন ঠাইত নতুনকৈ স্থাপন হ'বলগীয়া আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ লগতে পুৰণি অংগনবাড়ী কেন্দ্ৰসমূহত বিশুদ্ধ
Read More...

ওৰাং,মাজবাট,ৰৌতাৰ স্বাস্থ্য কেন্দ্ৰ সমুহত ক’ভিড ভেকচিনৰ নাটনি

প্ৰায় তিনি দিনলৈ নিতৌ দিঘলীয়া শাৰী পাতি ভেকচিন নাপাই ঘূৰি যোৱাৰ অভিযোগ কৰিছে একাংশই।"" সমগ্ৰ বিশ্বতে কৰ'না মহামাৰীয়ে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ,এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসন তথা স্বাস্থ্য বিভাগ
Read More...