Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

খৈৰাবাৰী সামুহিক স্বাস্থ্যকেন্দ্ৰত ক’ভিড ভেকচিনৰ নাটনি

প্ৰায় তিনি দিনলৈ নিতৌ দিঘলীয়া শাৰী পাতি ভেকচিন নাপাই ঘূৰি যোৱাৰ অভিযোগ কৰিছে একাংশই।"" সমগ্ৰ বিশ্বতে কৰ'না মহামাৰীয়ে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ,এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসন তথা স্বাস্থ্য বিভাগ
Read More...

টীয়কত ঘৰে ঘৰে কৰ’না মহামাৰীৰ ওপৰত সজাগতা শিক্ষা কর্মীৰ

সমগ্ৰ ৰাজ্যৰ  লগতে যোৰহাট জিলাত ভয়ানক ধৰণে কৰ'না মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে। যোৰহাট জিলাত কভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। জিলা খনৰ বিভিন্ন ঠাইত শিক্ষা কৰ্মী সকলৰ দ্বাৰা জনগণৰ মাজত সজাগতা আনিবৰ বাবে এইবাৰ এক নতুন
Read More...

দৰংৰ কটৰাত “আশা”ৰ স্বাস্থ্য সম্বন্ধীয় বয়বস্তু বিতৰণ

অসমৰ অগ্ৰণী বেচৰকাৰী সামাজিক স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠান হাৰ্ট কেয়াৰ চচাইটি অসমৰ উদ্যোগত আৰু স্থানীয় অনুষ্ঠান "আশা"ৰ সহযোগত কটৰা অঞ্চলৰ ১ নং গংগাপুখুৰী প্ৰাথমিক বিদ্যালয়ত ১৫৫ ঘৰ দুখীয়া পৰিয়ালৰ মাজত ক’ভিদ সাহায্য বিতৰণ কৰা হয় ৷ হাৰ্ট কেয়াৰ
Read More...

ওৰাঙৰ শ্ৰী সত্য সাই সেৱা কমিটিৰ উদ্যোগত তেজপুৰ চিকিৎসালয়ত ২৫০গৰাকীক ফলমুল বিতৰণ

২৪জুলাইত  গুৰু পূৰ্ণিমা উপলক্ষে অসম শ্ৰী সত্য সাই সেৱা কমিটীৰ ৰাজ্যিক সভাপতি  সত্যেন শৰ্মা দেবৰ তত্বাৱধানত তেজপুৰ, বিশ্বনাথ চাৰিআলি, ওৰাং, দৰং আৰু তামুলপুৰ শ্ৰী সত্য সাই সেৱা কমিটীৰ নেতৃত্বত তেজপুৰ মেডিকেল কলেজ ত ২৫০ গৰাকী কভিড ৰোগী সকলৰ
Read More...

লাহৰীঘাটত অব্যাহত ক’ৰনাৰ RAT টেষ্ট

সমগ্র দেশৰ লগতে অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ দ্বাৰা দৈনিক কৰোনা RAT টেষ্টৰ কাম অব্যাহত ৰাখিছে। আজিও লাহৰীঘাট আৰক্ষী থানাৰ ভিতৰত কৰোনাৰ RAT টেষ্ট কৰাৰ শিবিৰ পাতি আৰক্ষী প্ৰশাসনৰ সহযোগিতাত দুপৰীয়া ১২ বজালৈকে
Read More...

ওদালগুৰি জিলাত ১৬০৯৭০ হিতাধিকাৰীক ভেকচিন প্ৰদান

ৰাজ্যত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক'ৰণা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক'ৰণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ২২ জুলাইত   
Read More...

যুৱ – ছাত্ৰ পৰিষদৰ সহযোগত বাঁহগড়া নাট্য মন্দিৰত ক’ভিড – ১৯ প্ৰতিষেধক টিকাকৰণ

নাজিৰা স্বাস্থ্য বিভাগৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ সহযোগত ২০ জুলাইত বাঁহগড় নাট্য মন্দিৰত ক'ভিড - ১৯ৰ প্ৰতিষেধক টিকাকৰণ প্ৰদান কৰা হয়।আজিৰ প্ৰতিষেধকৰ টিকাকৰণ প্ৰদান কৰা শিৱিৰটিত স্বাস্থ্য বিভাগৰ তৰফৰ
Read More...

মাণিকপুৰ কোভিড কেয়াৰ চেন্টাৰৰ কদৰ্য ৰূপ। নৰক যন্ত্ৰনাত কোভিড ৰোগী

সদায় শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে স্বাস্থ্য বিভাগত কিমান সহনশীলতাৰে উন্নয়ন কৰিছে তাৰেই এক বাস্তৱ প্ৰতিছব্বি দেখুৱাম এই প্ৰতিবেদনৰ জৰিয়তে। বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ওপৰ মহলাত থকা কোভিড
Read More...

বৰনৰ্দ্দীত ক’ভিড জয় কৰা অশীতিপৰ বৃদ্ধাক স্বাস্থ্যকৰ্মীৰ সম্বৰ্ধনা

নলবাৰী জিলাৰ বৰনৰ্দ্দী নিবাসী এগৰাকী অশীতিপৰ ক’ভিড আক্ৰান্ত বৃদ্ধাই হেলাৰঙে নিজ ঘৰতে চিকিৎসাধীন হৈ থাকি ক’ভিড জয় কৰিবলৈ সক্ষম হোৱাৰ পাছত  স্থানীয় বৰনৰ্দ্দী বিনন্দ চন্দ্ৰ ডেকা সোঁৱৰণী সামুহিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ এটা দলে
Read More...

ওৰাং,মাজবাট,ৰৌতাত গৰ্ভৱতী মহিলাৰ বিশেষ স্বাস্থ্য পৰীক্ষন

ওদালগুৰি জিলাৰ জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ১৬ জুলাইৰ পৰা ৩১ জুলাই লৈকে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ গৰ্ভৱতী মহিলা বিশেষ স্বাস্থ্য পৰীক্ষণ পষেক কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে । ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য
Read More...