Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

লাহৰীঘাট গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত ছেনিটাইজেচন

সম্প্রতি ক'ৰণা মহামাৰী চলি থকা সময়ত বহু সংখ্যক লোক ক'ৰণা আক্রান্ত হৈ মৃত্যু বৰণ কৰি আছে। তেনে অৱস্থাত বৰ্তমান মৰিগাঁও জিলাক ৰেড জ'ন চিনাক্ত কৰি সম্পূৰ্ণ লক ডাউন ঘোষণা কৰা হৈছে । এই কেইদিনত লাহৰীঘাটতো ক'ৰণা আক্রান্ত হৈ একাংশ ব্যক্তিৰ
Read More...

গোলাঘাটত ক’ভিডে লৈছে ভয়ংকৰ ৰূপ : নিশা ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ

গোলাঘাটত ৰোধ হোৱা নাই ক'ভিডৰ সংক্ৰমণ। দৈনিক বৃদ্ধি পোৱা ক'ভিড পৰিস্থিতিত ত্ৰস্তমান গোলাঘাটবাসী। কালি নতুনকৈ ৩২৩ জন ক'ভিড পজিটিভ চিনাক্ত হৈছে। ক'ভিডৰ দ্বিতীয় ঢৌত গোলাঘাটত এতিয়া ক'ভিড ৰোগীৰ সংখ্যাই  ১২৪৭১ ঘৰ স্পৰ্শ কৰিলে। লগতে কালি মৃত্যু
Read More...

নাজিৰা মহকুমাত ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ লক্ষ্য : মহকুমাধিপতিৰ…

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে নাজিৰা প্ৰশাসনে মহকুমা খনত ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে। এই অভিযানৰ অংশস্বৰূপে মহকুমা খনৰ চাহ বাগিচা সমূহতো ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলা
Read More...

অসমৰ শিশুক নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগৰ নৱতম প্ৰয়াস

অসমৰ শিশুসকলক নিউম'নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ স্বাস্থৃয বিভাগে আজিৰে পৰা 'নিউম'ক'ক্কেল কনজুগেট ভেক্সিন' (পিচিভি) নামৰ এবিধ নতুন প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছে। স্বাস্থ্য বিভাগৰ নিয়মীয়া অভিযান সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীত এই
Read More...

বৰপেটাৰ বামুনা গাঁওৰ উপ পশু চিকিৎসালয় শিয়াল কুকুৰৰ বাসস্থানলৈ পৰিণত

বৰপেটাৰ চহৰৰ গাতে লাগি থকা বামুনা গাঁওৰ উপ পশু চিকিৎসালয়খনৰ বিধ্বস্ত ৰূপ। জানিবপৰা মতে ৯০ দশকত স্থাপিত এই চিকিৎসালয়ত বৰ্তমান কোনো পশু চিকিৎসক নাই । বিগত প্রায় ১৬ বছৰ ধৰি বন্ধ হৈ আছে এই চিকিৎসালয়। এই
Read More...

গোলাঘাটত স্বাস্থ্য বিভাগৰ অকমণ্যতা :এটাৰ পিছত এটা অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে

গোলাঘাটত স্বাস্থ্য বিভাগত বিতৰ্কই  লগ এৰা নাই । পুনৰ অন্য এক বিতৰ্ক ঘেৰি ধৰিলে বিভাগটোক।  গোলাঘাটত স্বাস্থ্য বিভাগৰ অকমণ্যতাৰ বাবে হাৰাশাস্তি মুমূৰ্ষ ৰোগী। এটাৰ পিছত এটা অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে। চৰকাৰী সেৱাৰ পৰা বঞ্চিত সাধাৰণ
Read More...

গৰ্ভৱতী মহিলাই ভেকচিন লোৱাত নাই কোনো বাধা : ভেকচিনক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

ভেকচিনক লৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা, গৰ্ভৱতী মহিলাই ভেকচিন লোৱাত নাই কোনো বাধা, স্তনপাণ কৰোৱা মাতৃৰ বাবেও নাই কোনো শংকা, ভেকচিন ল’ব পাৰে গৰ্ভৱতী, স্তনপান কৰোৱা মহিলাই, যাৱতীয় নিৰ্দেশনা জাৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ
Read More...

নখত থকা এটা সাধাৰণ চিহ্নই ভয়ংকৰ বিপদ মাতিলে এগৰাকী মহিলাৰ জীৱনলৈ

ব্ৰিটেইনৰ এগৰাকী মহিলাৰ জীৱনত সংঘটিত হৈছে এই ঘটনা। নখত দেখা পোৱা এই সামান্য যেন লগা চিহ্নক প্ৰথমে অৱজ্ঞা কৰিছিল এলেনা চেবেৰ্স নামৰ মহিলাগৰাকীয়ে। পাছলৈ কেন্সাৰ সন্দৰ্ভত এটি স্বাস্থ্যসম্বন্ধীয় প্ৰৱন্ধৰ জৰিয়তে জ্ঞাত হয় মহিলাগৰাকী। লগে লগে
Read More...

CORONA UPDATE : বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত ৩৭. ৫৬৬ জন

সুস্থ হৈ উঠিছে ৫৬,৯৯৪ জন। মৃত্যু হৈছে ৯০৭ জন ।ইয়াৰ লগে লগে দেশত কৰ’নাৰ সংখ্যা বৃদ্ধি পালে ৩,০৩,১৬. ৮৯৭ জন । আনহাতে অসমত বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ২,৬৮৯ জন ৷মৃত্যু হৈছে ৪২ জনৰ ।
Read More...

GMCH ত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু ,নিশা ডেৰ বজাত স্বাস্থ্য মন্ত্ৰীৰ চাডেন ভিজিট

GMCH ত ১২ জন ক’ভিড ৰোগীৰ মৃত্যু,নিশা ডেৰ বজাত স্বাস্থ্য মন্ত্ৰীৰ চাডেন ভিজিট নিশা ডেৰ বজাত জিএমচিএইচত চাডেন ভিজিট স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ প্ৰতিটো মহলাত তন্ন তন্নকৈ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ
Read More...