Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

ক’ভিডৰ তৃতীয় ঢৌঁৰ পূৰ্বেই অসমত শিশু,কিশোৰৰ মাজত সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি

১ এপ্ৰিলৰ পৰা ২৫ জুনলৈকে অসমত ক'ভিডত সংক্ৰমণ হোৱা শিশুৰ সংখ্যা আছিল ৩৪,৩৩৩টা। ক'ভিডৰ তৃতীয় ঢৌঁ আৰম্ভ হোৱাৰ পূৰ্বেই শিশু আৰু কিশোৰৰ মাজত ভয়াৱহভাৱে সংক্ৰমণ বৃদ্ধি পাইছে।যোৱা ১৬দিনত যোৰহাটত ১১০টা শিশু ক'ভিডত আক্ৰান্ত হৈছে।নগাঁৱৰ আনন্দৰাম
Read More...

ৰাজ্যত কৰ’নাত আক্ৰান্ত হ’বলৈ লৈছে শিশু : GMCHত বৰ্তমান চিকিত্সাধীন ৯টিকৈ শিশু

ৰাজ্যত কৰ’নাত আক্ৰান্ত হ’বলৈ লৈছে শিশু,শিশু আক্ৰান্ত হোৱাক লৈ উদ্বিগ্ন অভিভাৱকশিশু আক্ৰান্ত হোৱাক লৈ GMCHৰ অধীক্ষকৰ মন্তব্য :GMCHত বৰ্তমান চিকিত্সাধীন ৯টিকৈ শিশু ,জৰুৰীসেৱাত ভৰ্তি ৭টিকৈ শিশুকশিশুৰ বাবে GMCHত সাজু কৰা হৈছে ICU বিছনা
Read More...

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰী সত্য সাই সংগঠনৰ পৰা ৩০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান

তেজপৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰীসত্য সাই সংগঠন,অসমৰ তৰফৰ পৰা ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় ৷এই অক্সিজেন কনচেনট্ৰেটৰৰ জৰিয়তে কম অক্সিজেন লেভেল থকা ৰোগীসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে চিকিৎসা
Read More...

বহি: ৰাষ্ট্ৰৰ বেচৰকাৰী সংস্থাৰ দ্বাৰা ডিমৌ আদৰ্শ চিকিৎসালয়লৈ এম্বুলেন্স আৰু অক্সিজেন চিলিণ্ডাৰ…

*ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ সাফল্য, অক্সফর্ড বিশ্ববিদ্যালয়ৰ বিশেষ আলোচনাত ভাগ লব ডা: সুৰজিৎ গিৰিয়ে* ডিমৌ আদৰ্শ চিকিৎসালয়ৰ দক্ষ সংজ্ঞাহাৰক চিকিৎসক সুৰজিৎ গিৰিৰ আন্তৰিক প্ৰচেষ্টাত আৰু চিকিৎসালয় খনৰ কতৃপক্ষৰ সদিচ্ছাৰ বাবে আজি এটা
Read More...

স্পষ্ট নীতি নিৰ্দেশনাৰ অভাৱত ভুগিছে শাৰীৰিক নিৰ্দেশক সকল

যেতিয়ালৈকে বিদ্যালয় সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা নহয় তেতিয়ালৈ অসমৰ ক্ৰীড়াৰ উন্নতি হ'ব নোৱাৰে এই কথা বাৰে বাৰে সচেতন ক্ৰীড়াপ্ৰেমী ৰাইজে কৈ আহিছে। ইতিমধ্যে অইন ৰাজ্যসমূহত ক্ৰীড়াক বিদ্যালয় সমূহত বাধ্যতামূলক
Read More...

শিৱসাগৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত : ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আজি পৰিদৰ্শন কৰে  অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। শিৱসাগৰ জিলা ভ্ৰমণ কালত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজমাই চাহ বাগিচা, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী
Read More...

কাকজানত ক’ভিড টীকাকৰণ কেন্দ্ৰত মন্ত্ৰী ডা° ৰণোজ পেগু

ৰাজ্যত যি বৰ্ধিত ক’ভিদৰ টীকাকৰণ প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিবৰ বাবে আজি কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ টীকাকৰণ কেন্দ্ৰত আহি উপস্থিত হয় যোৰহাট জিলাৰ অভিভাৱক মন্ৰী ডা° ৰনোজ পেগু ৷ উপস্থিত হৈ কেন্দ্ৰটো পৰিদৰ্শন
Read More...

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন। কিছুদিন জিলাখনত অভাৱনীয় হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়িছিল যদিও সম্প্ৰতি পুনৰ কিছু হ্ৰাস পাইছে‌। এই মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। আজি টীয়ক আৰু মৰিয়নী সমষ্টিৰ একাধিক কোভিড ভেকচিন প্ৰদান
Read More...

কানপুৰৰ হেলেট চিকিৎসালয়ত ভাৰতৰ প্ৰথম অপ্টিক নিউৰাইটিছ ৰোগী চিনাক্ত

কানপুৰ চহৰৰ হেলেট চিকিৎসালয়ত ভাৰতৰ প্ৰথম ক’লা ভেঁকুৰৰ পৰা হোৱা অপ্টিক নিউৰাইটিছ ৰোগী চিনাক্ত হৈছে। ৰোগী জনৰ নাম আশীষ। বয়স ৩০ বছৰ। ৰোগীজন বিগত ১৫ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ হৈছে। চকু বিশেষজ্ঞ ডাঃ শালিনী মোহনে কয় এতিয়ালৈকে এনে কোনো ৰোগী
Read More...