Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

দেশৰ কাৰণে নতুন আতংকৰ কাৰণ কৰ’নাৰ ‘ডেল্টা প্লাছ’

কৰ’নাৰ দ্বিতীয় ঢৌৰ পৰা দেশে সাময়িক সকাহ লাভ কৰিছে যদিও সংকট আঁতৰা নাই। উৎপৰিৱৰ্তনেৰে নতুন নতুন ৰূপ লাভ কৰা কৰ’নাৰ নতুন এক প্ৰকাৰ এতিয়া দেশৰ কাৰণে আশংকাৰ কাৰণ হৈ পৰিছে। এই প্ৰকাৰবিধক চিনাক্ত কৰা হৈছে ডেল্টা প্লাছ হিচাপে। কেন্দ্ৰীয়
Read More...

ক’ভিড ভেকচিন ল’লে সন্তান জন্ম নহব,দুই বছৰৰ পিছত মৃত্যু হব,কিডনী উলিয়াই লব আদি ব্যাপক হাৰত…

মাজবাটৰ ধনশ্ৰী চাহ বাগিছাত কভিড পজিটিভ-৬৮,কভিড পৰীক্ষা কৰিলে স্বাস্থ্য কৰ্মী ভাবুকি,শ্ৰমিক সকলে কভিড টেষ্ট নকৰে,ভেকচিন নলয় ওদালগুৰি জিলাৰ অৰুণাচল সীমান্তৰ ঊনৈছ দশকতে ব্ৰিটিছে প্ৰতিষ্ঠা কৰা মাজবাট বিধানসভা সমষ্টি,মাজবাট ৰাজহ চক্ৰৰ 
Read More...

আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আন্তৰ্জাতিক যোগ দিৱস পালন

আজি ২১ জুন, বিশ্ব যোগ দিৱস। শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাহন স্বৰূপ পৌৰাণিক ভাৰতীয় পৰম্পৰা যোগাভ্যাসৰ জয়গানেৰে আজি সমগ্ৰ বিশ্বৰ লগতে দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো
Read More...

কানাডাৰ পৰা বিশেষ বিমানেৰে বৰঝাৰ বিমান বন্দৰলৈ আহিল ৫,২৭৪ কেজি অক্সিজেন

ক'ভিড কেন্দ্ৰীক পৰিস্থিতিত আক্ৰান্ত লোকসকল চিকিৎসালয়ত যাতে অক্সিজেনৰ নাটনীত ভুগিব লগা নহয় তাৰ বাবে  ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিয়েও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । এই ব্যৱস্থাৰ অধীনত ইণ্ডিয়ান ৰেডক্ৰছ ছচাইটিয়ে চিকিৎসালয় সমূহত ৰোগীৰ বাবে 
Read More...

দেশত ১ লাখলৈ নামিল আক্রান্তৰ সংখ্যাঃ ২৪ ঘণ্টাত ক’ভিড পজিটিভ ১,০০,৬৩৬

ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা ধীৰে ধীৰে স্তিমিত হোৱাৰ দিশে৷ এদিনত চাৰি লক্ষাধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ পাছত এতিয়া এদিনত আক্রান্তৰ সংখ্যা ১ লাখলৈ নামিল৷ যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডত আক্রান্ত হৈছে ১,০০,৬৩৬জন৷ ৬১ দিনৰ
Read More...

মাজুলী শালমৰাৰ শিল্পীয়ে নিৰ্মাণ কৰিলে ভ্ৰাম্যমাণ চিকিৎসালয়

মাজুলীত নিৰ্মাণ হৈছে এখন ভ্ৰাম্যমাণ চিকিৎসালয়। গহপুৰ আৰু মাজুলীৰ সীমামুৰীয়া দুৰ্গম চৰ-চপৰি অঞ্চলত চলিব এই নৌকা চিকিৎসালয় খন। এখন চৰকাৰী চিকিৎসালয়ৰ সকলো সুবিধা থাকিব নৌকা চিকিৎসালয়ত। ৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৌকা
Read More...

পোষ্ট কোভিড জটিলতাসমুহৰ পৰা মুক্তি লাভৰ উপায় কি? নিগেটিভ হোৱাৰ পিছতো কি কি হ’ব পাৰে আপোনাৰ?…

পোষ্ট কোভিড জটিলতাসমুহৰ পৰা মুক্তি লাভৰ উপায় কি? নিগেটিভ হোৱাৰ পিছতো কি কি হ'ব পাৰে আপোনাৰ? সবিশেষ চাওক এই প্ৰতিবেদনত। https://youtu.be/YDOVlqHMx8k
Read More...

গোলাঘাটত দুই ক’ভিড প্ৰসূতিক সন্তান প্ৰসৱ কৰাই অনন্য নিৰ্দশন দাঙি ধৰিলে তিনি চিকিৎসকে

গোলাঘাটৰ বাবে এটা ভাল খবৰ। যিটো সময়ত ক'ভিড ৰোগীক চিকিৎসকে হেমাহি কৰাৰ খবৰ প্ৰায়েই সংবাদ মাধ্যমত স্থান পাই আহিছে তেনেসময়তে  গোলাঘাটৰ তিনি চিকিৎসকে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি চিকিৎসা সেৱাক আৰু এঢাপ ওপৰলৈ তুলিলে।  গোলাঘাটৰ শ্বহীদ 
Read More...

জামুগুৰিহাটত জীয়া ভৰলীৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পিযূষ হাজৰিকাৰ: জীয়া ভৰলী নদী খননৰ আশ্বাস মন্ত্ৰী…

চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ গৰাখহনীয়া অঞ্চল কালি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই । বিয়লি চাৰি বজাত জামুগুৰিহাটৰ চামধৰাৰ লগতে 'কন্যকা' কৃষি পামৰ সমীপত জীয়া ভৰলীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ১৫ নং
Read More...

ওদালগুৰি জিলা কাৰাগাৰত কভিডত পুনৰ ১৫ জনৰ লগতে মুঠ ৫৮ জন আক্ৰান্ত: অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ…

ওদালগুৰি জিলা কাৰাগাৰত পুনৰ ১৫ গৰাকী কাৰাবন্দীৰ দেহত কোৰোনা সংক্ৰমিত হোৱা ঘটনাই এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে।যোৱা ২৩ মে'ত জিলা কাৰাগাৰখনত থকা ১৮৮ গৰাকী কাৰাবন্দীকে স্বাস্হ্য বিভাগৰ জৰিয়তে ৰেপিট এন্টিজেন টেষ্ট কৰা হৈছিল আৰু উক্ত পৰীক্ষাৰ
Read More...