Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

ক’ভিডপৰিস্হিতি সন্দৰ্ভত পৰ্যালোচনা সভা: ওদালগুৰিত আই চি ইউ বিচনা বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান…

ক'ভিড১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৪মেত  বিয়লি ২.৩০ বজাত ওদালগুৰিত উপস্হিত হয়  অসম চৰকাৰৰ পৰিবহন,উদ্যোগ আৰু বানিজ্য মন্ত্ৰী  চন্দ্ৰ মোহন পাটোৱাৰী। মন্ত্ৰী পাটোৱাৰীয়ে পোনে পোনে
Read More...

প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ ক’ভিড টেষ্ট কৰা হ’ব! সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ

GMCH ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ লোকৰ ক'ভিড টেষ্ট কৰা হ'ব। যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত Covid টেষ্ট বৃদ্ধি কৰা হৈছে। আমাৰ হাতত পৰ্যাপ্ত পৰিমাণে remdesivir
Read More...

ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৪৫ গৰাকীসহ মুঠ ১০৬৭ গৰাকী :মৃত্যুৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৩মেলৈ ওদালগুৰিত ৪৫ গৰাকী
Read More...

বৃহত্তৰ পালহাজী আঞ্চলিক গাওঁৰক্ষী বাহিনীৰ উদ্যোগত পালহাজী বজাৰত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ।

বৃহত্তৰ পালহাজী আঞ্চলিক গাওঁৰক্ষী সমিতি (বাহিনী) ৰ উদ্যোগত আজি পালহাজী বজাৰত ৰাইজৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয়। জিলাখনত বৃদ্ধি পোৱা ক'ৰোনাৰ ভয়াবহতাৰ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ লক্ষ্যৰে পালহাজী গাওঁৰক্ষী সমিতিয়ে এই উদ্যোগ লৈ
Read More...

নলবাৰী জিলাৰ দিনে দিনে বৃদ্ধি পোৱা কোভিড-১৯ মহামাৰীৰ সাম্প্ৰতিক স্থিতি।

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নলবাৰী জিলাতো কোভিড-১৯ ৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ বৰ্তমানেওঅব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তৰ তত্বাৱধানত জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই ভাইৰাছৰ সংক্ৰমন ৰোধ কৰাৰ বাবে তথা ইয়াৰ দ্বাৰা সৃষ্টি হোৱা
Read More...

কেবিনেটৰ প্ৰত্যেকজন মন্ত্ৰীক জিলাভিত্তিক দায়িত্ব প্ৰদান ক’ভিডৰ

ক’ভিড পৰিস্থিতিৰ বাবে চৰকাৰৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেবিনেটৰ প্ৰত্যেকজন মন্ত্ৰীক জিলাভিত্তিক দায়িত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত আছে মাজুলী, ৰঞ্জিত কুমাৰ দাসৰ দায়িত্বত বৰপেটা, বজালী,
Read More...

ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৯৭ গৰাকীসহ মুঠ ৯০৫ লৈ বৃদ্ধি :মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১০মেলৈ ওদালগুৰিত ৯৭
Read More...

লাহৰীঘাটৰ দুখন গাঁৱক কনটেইনমেন্ট জ’ন ঘোষণা কৰিলে জিলা প্ৰশাসনে

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনস্হ  বৰিবন্ধা আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ পোকালাগি গাঁৱত  যোৱা কালি  ১০ মেত   একে দিনাই  ১৮ জনৰ কৰোনা RAT টেষ্টত পজেটিভ হোৱাৰ পিছত  প্ৰশাসনে   দুয়োখন  গাঁৱতে   ১৫ দিনলৈ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে
Read More...

অসমত কোৰোণাৰ ভয়ংকৰ ৰূপঃ কালিৰ দিনটোত মৃত্যুক সাৱটিলে ৭৭জন ৰোগীয়ে, মুঠ আক্ৰান্তৰ সংখ্যা ৫,৮০৩

সোমবাৰৰ দিনটোত ৰাজ্যত কোৰোণাত আক্ৰান্ত হ'ল ৫৮০৩ জন লোক।কেৱল কালিৰ দিনটোতে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে অভিলেখ সংখ্যক ৭৭ জন ৰোগীয়ে।কেৱল কামৰূপ মহানগৰ জিলাতে ১৪৮১ জন লোকৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।
Read More...

গোলাঘাটত ক’ভিড মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি, হাউতলী বাগানত কন্টেইমেন্ট জ’ন ঘোষণা

গোলাঘাটত পুনৰ ক'ভিড আক্ৰান্ত হৈ মৃত্যু হ'ল দুজন ব্যক্তিৰ। আজিৰ ভিতৰত জিলা খনত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পালে।আজি পুৱা ৩-১৫ বজাত গোলাঘাট চহৰৰ মিচন ৰোডৰ চন্দন বাচক নামৰ ৪১ বছৰ বয়সীয়া লোকজনৰ মৃত্যু হোৱাৰ পিছতে দূপৰীয়া
Read More...