Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

ৰঙিয়াত ক’ৰোণাৰ সংহাৰ,এসপ্তাহৰ ভিতৰত মৃত্যু তিনিজনৰ

ৰঙিয়াত কোভিডত আক্রান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজন হৈছে ৰঙিয়া বনগাঁও নিবাসী কুশল চৌধুৰী। স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে  কালি অসামৰিক চিকিৎসালয়ত কৰোণাৰ পৰীক্ষা কৰাত তেওঁৰ  শৰীৰত কৰণাৰ সংক্ৰমণ ধৰা পৰিছিল ।পৰিয়ালৰ
Read More...

ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত,ওৰাং ,মাজবাট,ৰৌতাত ১০হেজাৰৰো অধিক হিতাধিকাৰীক কভিড ১৯ৰ…

ওদালগুৰি জিলাৰ ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা ১৬মাৰ্চ তাৰিখৰ পৰা বৰ্তমানলৈ ৩য় পৰ্যায়ৰ কভিড টীকাকৰণৰ চলি  আছে ৷ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ লগতে সকলো চৰকাৰী স্বাস্থ্য কেন্দ্ৰত টীকাকৰণ বিনামূলীয়াকৈ প্ৰদান কৰি থকা হৈছে ৷
Read More...

ক’ভিডৰ বাবে চেন্নাইলৈ চিকিৎসাৰ বাবে যোৱাৰ অনুমতি পোৱা নাই মেধাৱী ছাত্ৰ ৰাজেশ কলিতাই

ভয়াবহ ৰূপত অগ্ৰাসন হোৱা ক'ভিড১৯ তথা ৰাজ্যত প্ৰবৰ্তিত ক'ভিড১৯ প্ৰট'কলৰ পৰিপ্ৰেক্ষিতত এক জটিল ৰোগত আক্ৰান্ত যুৱক তথা মেধাৱী ছাত্ৰক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিব নোৱাৰা এক কৰুণ ঘটনা সংঘটিত হৈছে ভৱানীপুৰৰ বাংলীপাৰা গাঁৱত। উল্লেখ্য যে
Read More...

কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে দেহত অক্সিজেনৰ পৰিমান বৃদ্ধি কৰে? সচা নে মিছা? DB FACTCHECK

কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাৰ কোনো বৈজ্ঞানীক প্ৰমান নাই। দাবীটোৰ সত্যতা জানিবলৈ আমি আমি চৰকাৰ তথা বিশ্ব স্বাস্থ্য সংস্থাই ভাইৰেল দাবীটোৰ দৰে তেনেকুৱা কোনো নিয়ম ঘোষণা কৰিছে নেকি চালো। আমি এই সম্পৰ্কত
Read More...

ধিঙত এডাল বাঁহৰ বাবেই প্ৰচণ্ড মাৰপিট । পিতৃ-মাতৃসহ আহত কন্যা ।

সমগ্ৰ দেশ এতিয়া কম্পমান মহামাৰী কভিডৰ আতংকত । ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ সাহস নকৰা হৈছে বহুতেই । কিন্তু এনে কিছুমান অঞ্চল আছে কি কভিড, কি ভাইৰাছ । তেওঁলোকৰ বাবে এইবোৰ কেৱল সাধু হে । ভ্ৰক্ষেপ নাই এনেবোৰ বিষয়ক লৈ । তাৰ বিপৰীতে এইসকল লোক ব্যস্ত
Read More...

Serum-এ নিৰ্ধাৰণ কৰিলে কোৰোণা ভেকচিনৰ মূল্য, ৰাজ্য চৰকাৰৰ লগতে ব্যক্তিখণ্ডৰ হাস্পতালৰ বাবে দাম কিমান…

ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কাৰণে ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰিলে Serum Institute-এ । এতিয়াৰ পৰা Serum Instituteৰ Covishield ভেকচিন ৰাজ্য চৰকাৰৰ কাৰণে উপলব্ধ হ’ব ৪০০টকাত (INR 400)ত। ৰাজ্য চৰকাৰ সমূহে এপালি ভেকচিন
Read More...

আজিৰে পৰা ৰাজ্যত নতুন ক’ভিড বিধি

জন সমাৱেশ : আজিৰে পৰা ৰাজ্যত নতুন ক’ভিড বিধিসমাৱেশৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা নতুন SOPতসমাৱেশ পাতিব পাৰিব, মানিব লাগিব কঠোৰ ক’ভিড নীতি৪০০ লোকৰ উপস্থিতিত পাতিব পাৰিব সমাৱেশ৪০০তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিবব্যক্তিগত অনুষ্ঠানত
Read More...

বুনাসত্ৰত দৌল মহোৎসৱৰ শুভাৰম্ভ : ক’ৰোনা প্ৰতিৰোধৰ লক্ষ্যৰে আমদানি কৃত ফাকুৱা বৰ্জন

ৰঙিয়াৰ ঐতিহ্যমণ্ডিত বুণাসত্ৰ ,কেন্দুগুৰি পোৰাঢাপ ক্ষেত্ৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ৬২ সংখ্যক  দৌল মহোৎসৱ । আজি পুৱাৰ ভাগত প্ৰভাত ফেৰীৰে শুভাৰম্ভ হোৱা মহোৎসৱৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাবে নাম প্ৰসংগ ,ভাগৱত আনয়নৰ লগতে সন্ধিয়া মূখ্য দ্বাৰ
Read More...