Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

COVID-19 fW অধিসূচনাৰ পিছত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ৰাজ্যত হোলী : ৰঙালী বিহু আদি উদ্‌যাপন কৰাৰ…

ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে আগন্তুক উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ।হোলী, বিহু, ঈদ-উল-ফিটৰ আদি উৎসৱত জনসমাগমৰ অনুমতি নিদিবলৈ পৰামৰ্শ দিছিল স্বাস্থ্য মন্ত্ৰণালয়ে ।
Read More...

মৰাণত পুনৰ তিনিজন লোক কভিডত আক্ৰান্ত

মৰাণত নিৰ্বাচনী গৰম বতাহৰ মাজতে ক'ৰোণাৰ পুনৰ সন্ত্ৰাস। আজি মৰাণত তিনিজন লোকৰ দেহত ক'ৰোণা ধৰা পৰাত এতিয়া মৰাণত আতংক সৃষ্টি হৈছে।ডিব্ৰুগড় জিলাৰ মৰাণ ২নং ডোমৰদলঙৰ নিবাসী পতি-পত্নী ক্ৰমে-দমৰিক ধানোৱাৰ(৩৪)আৰু হেলেনা কুল্লু(২৮)লগতে চৰাইদেউ
Read More...

পুনৰ ক’ৰনাত আক্ৰান্ত সাংসদ তপন কুমাৰ গগৈ

পুনৰ ক'ৰনাত আক্ৰান্ত হৈছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ । দ্বিতীয়বাৰৰ বাবে ক'ৰনাত আক্ৰান্ত সাংসদগৰাকী । চাবুৱাত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভাৰ পূৰ্বে যোৰহাটত কৰা টেষ্টত তেওঁৰ ৰিজাল্ট পজিটিভ আহে ।মোদীৰ সভাৰ মঞ্চত থাকিবলগীয়াসকলৰ
Read More...

বকতাত অ’এনজিচিৰ ভয়ানক প্ৰদুষণ : মুগা পালকৰ চুমনিৰ মুগা গছতে মৰিছে

শিৱসাগৰ জিলাৰ অ'এনজিচিৰ উত্তৰ-পৰীয়া তৈল ক্ষেত্ৰৰ অন্তৰ্গত বকতাৰ বিভিন্ন এলেকাত বহু মুগা পালকে অতীজৰ পৰাই পৰম্পৰাগতভাৱে মুগা পালন কৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ঐতিহ্যপূৰ্ণ তথা চহকী মুগা শিল্পটোক জীয়াই ৰখাত আত্মনিয়োগ কৰি আহিছিল যদিও
Read More...

নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন

নাজিৰাৰ গ্ৰামাঞ্চলত সম্প্ৰতি গো-পালক সকল মুখামুখি হৈছে গৰুৰ চবকা ৰোগৰ । মুখেৰে ফেনাই থকা, গোৰোহাত ঘাঁ আৰু সপ্তাহকাল জুৰি একো আহাৰ নোখোৱাকৈ পৰি ৰোৱা গৰুৰ ৰোগৰ এই পৰিস্থিতিত গো পালক সকল বিপদত পৰিছে । গড়আলি, ৰজাপোল, চকীমুখ, নিৰ্মলীয়া আদি
Read More...

ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ ল’লে হিমন্ত বিশ্ব শৰ্মাই

সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল’লে ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ । গুৱাহাটী মেডিকেল কলেজ আৰু হস্পাতালক ভেকচিন গ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, সোমবাৰৰ পৰা দেশত আৰম্ভ হয় ক’ভিড ১৯ ৰ দ্বিতীয় পৰ্যায়ৰ
Read More...

কমাৰগাঁও সাংবাদিক সংস্হাৰ সভাগৃহত চকু চিকিৎসা শিবিৰ

নুমলীগড় শোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ পৃষ্ঠপোষকতাত যোৰহাটত লায়ন্স চকু চিকিৎসালয়, কল্পতৰু সেৱা আৰু কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্হাৰ সহযোগত অহা ৪ মাৰ্চত চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছে।কমাৰগাঁও সাংবাদিক সংস্হাৰ সভাগৃহত পুৱা ১০ বজাৰ পৰা
Read More...

ডিঙিত গামোচা লৈ পুৱাই ভেকচিন ল’লে প্ৰধানমন্ত্ৰীয়ে

আজিৰে পৰা ভেকচিন প্ৰদানৰ দ্বিতীয় পৰ্যায় আৰম্ভ, পুৱাই ডিঙিত গামোচা লৈ দিল্লীস্থিত এইমছত ভেকচিন ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভেকচিন গ্ৰহণৰ মূহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীৰ ডিঙিত দেখা পোৱা গল অসমীয়াৰ মান ফুলাম গামোচা। ভেকচিন ল’বলৈ
Read More...

ডিগবৈ সমষ্টিত কংগ্ৰেছ পৰা সাত গৰাকীয়ে বিচাৰিছে দলীয় টিকট, তেওঁলোক কোন কোন…

দেশৰ নিৰ্বাচন আয়োগে যোৱা ২৬ তাৰিখে ঘোষণা কৰা অনুসৰি অসমত ২১ ৰ বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২৭ মাৰ্চত অনুষ্টিত হব ৷ সেই অনুসৰি প্ৰতিটো ৰাজনৈতিক দলে অহা ৯ মাৰ্চৰ ভিতৰত প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব ৷
Read More...

অসমৰ ক’ভিড পৰিস্থিতি স্বাভাৱিক আৰু নিয়ন্ত্ৰনাধীন, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী অশ্বিনী চৌবেৰ…

অসমৰ ক'ভিড পৰিস্থিতি সম্পূৰ্ণ স্বাভাবিক আৰু  নিয়ন্ত্ৰনাধীন। ক'ভিডক লৈ কোনোৱে শংকিত আৰু আতংকিত হোৱাৰ কাৰণ নাই। আমি অসমক এখন কভিডমুক্ত ৰাজ্যলৈ উন্নীতকৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ। এই মন্তব্য ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ
Read More...