Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

পঞ্চায়তে পঞ্চায়তে বিনামূলীয়া চকু চিকিৎসা শিবিৰ

চতিয়া সমষ্টিৰ নদুৱাৰ কিষান মৰ্চাই দৰিদ্ৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ হিতাৰ্থে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷বিগত দিনসমুহত একো একোটা পঞ্চায়তৰ কেবাখনো গাঁৱক সামৰি অনুষ্ঠিত কৰি অহা চকু চিকিৎসা শিবিৰৰ জৰিয়তে হাজাৰোধিক দৰিদ্ৰ ৰোগীয়ে চকু
Read More...

দুদিনীয়া কাৰ্যসূচীৰে চৈবাৰীত যোগ শিবিৰ সম্পন্ন

সদৌ অসম যোগ মহাসংঘ আৰু পতঞ্জলী যোগপীঠ হৰিদ্বাৰৰ যৌথ প্ৰচেষ্ঠাত আৰু স্থানীয় ‘জাগৰণ’ শোণিতপুৰৰ উদ্যোগত যোৱা ১৩ আৰু ১৪ তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে চৈবাৰীৰ বৰাচুক গাঁৱৰ নামঘৰ প্ৰাঙ্গণত যোগৰ এটি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অবিভক্ত শোণিতপুৰ
Read More...

ৰাজ্যত পুনৰ নতুনকৈ ১৫ জনকৈ ব্যক্তি ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৫ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭২৯৩
Read More...

দেশত বৰ্তমানলৈ ৫৮ লাখ লোকক কভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান

দেশত বৰ্তমানলৈ ৫৮ লাখতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে যোৱা ২৪ ঘণ্টাত ২৮ হাজাৰতকৈয়ো অধিক স্বাস্থ্যকৰ্মীক এই ছিটা প্ৰদান কৰা হৈছে।
Read More...

কৃষক আন্দোলনক সমৰ্থন কৰা বাবে ব্ৰিটিছ অভিনেত্ৰী জামিলালৈ ধৰ্ষণৰ ভাবুকি

কৃষক আন্দোলনক সমৰ্থন কৰাৰ পিছৰে পৰা আহিছে ধৰ্ষণৰ ভাবুকি। ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই কথা জনালে ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিলে। দ্য গুড প্লেছ ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত জামিলা। অভিনেত্ৰীগৰাকীয়ে জনাইছে যে প্ৰথমৰে পৰা
Read More...

শাসনাধীস্থ চৰকাৰৰ বৈষম্যতাৰ বাবেই বিৰোধী বিধায়কৰ সমষ্টিৰ উন্নয়নত হেঙাৰ সৃষ্টি হৈছে

বৰ্তমানৰ শাসনাধীস্থ চৰকাৰে " সকলোৱে লগত সম বিকাশ " ৰ কথা আওৰাই আহিছে যদিও প্ৰকৃততে  বিৰোধী বিধায়ক থকা সমষ্টি সমূহ উন্নয়নৰ ক্ষেত্ৰত বৈষম্যতাৰ ভাৱে দৃষ্টি নিক্ষেপ কৰি অহাৰ বাবেই সেই সমষ্টি সমূহৰ উন্নয়নত হেঙাৰ সৃষ্টি হৈছে । যাৰ বাবে
Read More...

দেশত COVID19ৰ পৰা আৰােগ্যৰ হাৰ ৯৬.৯-৯ শতাংশলৈ বৃদ্ধি

দেশত COVID19ৰ পৰা আৰােগ্যৰ হাৰ ৯৬ দশমিক ৯-৯ শতাংশলৈ বৃদ্ধি পাইছে। MoHFW INDIAৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ১৩ হাজাৰতকৈও অধিক কোৱিড ৰােগী সুস্থ হৈ উঠে। ইয়াকে লৈ দেশত বর্তমানলৈ সুস্থ হৈ উঠা ৰােগীৰ সংখ্যাই ১ কোটি ৪ লাখ ২৩ হাজাৰ ১২৫লৈ বৃদ্ধি
Read More...

কিমান পাষণ্ড হলে কোনো মাতৃয়ে নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে !

কিমান পাষণ্ড হলে কোনো মাতৃয়ে নিজ সন্তানক পুখুৰীত দলিয়াই হত্যা কৰিব পাৰে ! দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে তেনে এক হৃদয়বিদাৰক ঘটনা ৷ এটি ফুলকুমলীয়া দেৱ শিশু সন্তানক পুখুৰীত দলিয়াই হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ পুখুৰীত উপঙি থকা
Read More...

শ্ৰীৰামপুৰত সহস্ৰাধিক বি জে পিত যোগদান

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ফাইলাগুৰিত আজি বি জে পি দলৰ এখন দলীয় সভাত অঞ্চলটোৰ বিভিন্ন ৰাজনৈতিক দলৰ এক হাজাৰ সদস্য বি জে পি দলত আনুষ্ঠানিক ভাবে যোগদান কৰে ।উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ শ্ৰীৰামপুৰ মণ্ডল কমিটীৰ সভাপতি
Read More...

ধুবুৰীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ আৰম্ভ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধুবুৰী জিলাতো মাহ জোৰা সজাগতা মূলক কাৰ্য্যসূচিৰে আৰম্ভ হৈছে "পথ সুৰক্ষা সপ্তাহ "। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে আয়োজন কৰা হয় সজাগতা অনুষ্ঠান বীৰসিং জৰুৱা ব্লক উন্নয়ন খন্ড কাৰ্য্যলয়ত। উক্ত সজাগতা সভাত
Read More...