Breaking

Browsing Category

স্বাস্থ্য বাৰ্তা

নগাঁৱত ধোৱাচাঁঙত চৰকাৰী বিধি ; মানুহে পাহৰিলে মাস্ক-সামাজিক দুৰত্ব

নগাঁও,২৬ নবেম্বৰ : সমগ্ৰ বিশ্বতে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক'ৰোণাই। তিনিদিনৰ ভিতৰতে সমগ্ৰ বিশ্বত ১কোটি লোক আক্ৰান্ত হৈছে ক'ৰোণাত। অৱশ্যে অসমত এতিয়ালৈকে ক'ৰোণাৰ পৰা আৰোগ্যৰ ক্ষেত্ৰত ভাৰতৰ অন্য ৰাজ্যতকৈ অৱস্থা যথেষ্ট সন্তোষজনক। কিন্তু
Read More...

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি হোজাইত সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত…

হোজাই, ২২ নবেম্বৰ: প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে মৌলানা বদৰুদ্দিন আজমলে আয়োজন কৰিছে দোৱা। হোজাইৰ গোপাল নগৰস্থিত আজমল হাউচত এই প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। দেউবাৰে জোহৰৰ নামাজৰ পিছত হোজাইৰ আজমল হাউচত সাংসদ আজমলৰ
Read More...

এতিয়াও সংকটমুক্ত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য

গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও জটিল হৈয়ে আছে ।যাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক দিল্লীৰ এইমছলৈ স্থানান্তৰ কৰা হ'ব পাৰে । জি এম চি এইচৰ অধ্যক্ষ অভিজিত
Read More...

আহিব নেকি COVID19ৰ দ্বিতীয় ঢৌ ! কি কলে WHOৰ জৰুৰী সেৱাৰ সঞ্চালকে

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী সেৱাৰ সঞ্চালক মাইকেল ৰেয়ানে সকিয়াই দিছে যে, COVID19 মাহামাৰীৰ দ্বিতীয় ঢৌ প্রতিহত কৰিব পৰাকৈ ভাইৰাছবিধৰ প্রতিষেধক উপলব্ধ নহ'বও পাৰে। শ্ৰী ৰেয়ানে কয় যে, ক'ৰ'ণাৰ প্রতিষেধক উপলব্ধ হ'বলৈ কমেও চাৰিৰ পৰা ছয় মাহ
Read More...

ধঁপাত আৰু নিকোটিন যুক্ত গুটকা, পান মছলাৰ ওপৰত নিষেধাজ্ঞাৰ ম্যাদ পুনৰ বৃদ্ধিৰ দাবী

গুৱাহাটী, ২০ নৱেম্বৰ : গুটকা, পান মছলা, ধঁপাত আৰু নিকোটিন থকা যি কোনো খোৱা সামগ্ৰীৰ প্রস্তুত, জমা, সৰবৰাহ, বিতৰণ বা বিক্ৰীৰ ক্ষেত্ৰত ২০১৯ চনৰ নৱেম্বৰ মাহত খাদ্য সুৰক্ষা আয়ুক্তই আৰোপ কৰা নিষেধাজ্ঞা আৰু এবছৰৰ বাবে বৃদ্ধি কৰিবলৈ দাবী
Read More...

বুঢ়াচাপৰিৰ গুলিৰপাৰ চৰত বনৰীয়া গাহৰিৰ ভয়ঙ্কৰ আক্ৰমণত তিনিজন আহত

নগাঁও, ১৫ নৱেম্বৰ : বুঢ়াচাপৰি অভয়াৰণ্যৰ গুলীৰপাৰ চৰত খেতিত কাম কৰি থকা অৱস্থাতে আজি কেইজনমান লোকক বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰে। বনৰীয়া গাহৰিটো বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই অহা বুলি জানিব পৰা গৈছে। বনৰীয়া গাহৰিৰ আক্ৰমণত শিশুসহ চাৰি জন লোক
Read More...

মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব, মিঞা চাহাব বুলি সম্বোধন কৰিব

দৈনন্দিন বাৰ্তা সেৱা, ২ নবেম্বৰঃ মিঞা মিউজিয়ামৰ বিতৰ্ক মাৰ নোযাওতেই এই মিঞা নামৰ লৈ বিতৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘‘মই বিলাসীপাৰা পশ্চিম সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা। মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব। মিঞা
Read More...

লাহৰীঘাট আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

দৈনন্দিন বাৰ্তা সেৱা, ভূৰাগাওঁ, ৩১ অক্টোবৰঃ মৰিগাঁওত জিলাৰ  লাহৰীঘাট আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটাৰ নাম হুছেইন আলী আৰু জিয়াবুৰ ৰহমান বুলি জানিব পৰা গৈছে। লাহৰীঘাটৰ নাৰমাৰী দলঙৰ ওপৰত নিশা ড্ৰাগছ কিনা-বেচা
Read More...