স্বাস্থ্য বাৰ্তা

ওঁঠৰ যত্ন কেনেদৰে ল’ব…

ওঁঠৰ যত্ন: আপোনাৰ স্বাস্থ্যৰ দৰে ওঁঠৰ যত্ন লোৱাটোও অতি গুৰুত্বপূৰ্ণ, কিয়নো যদি তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হয়, তেন্তে গোটেই মুখমণ্ডলৰ সৌন্দৰ্য নষ্ট হ'ব পাৰে। গতিকে...

নলবাৰীৰ বান সাহায্য কেন্দ্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নলবাৰী : সাম্প্ৰতিক বানৰ দ্বাৰা প্ৰভাৱিত হোৱা লোকসকলৰ বৰ্তমানৰ পৰিস্থিতি প্ৰত্যক্ষভাৱে বুজ লোৱাৰ অৰ্থে আজি নলবাৰী জিলাৰ কালাগস্থিত বৰভাগ মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰ...

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

উত্তৰ গুৱাহাটী : উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু কামৰূপ জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত নিকেতনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন । সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ অন্তৰ্গত...

টংলা মহাবিদ্যালয়ত যোগ দিৱস পালন

টংলা,২১জুন: সমগ্ৰ বিশ্বৰ লগতে ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান টংলা মহাবিদ্যালয়তো এন চি চি ,এন এছ এছ ,ছাত্ৰ একতা সভা আৰু আই কিউ এ চিৰ...

শিৱসাগৰত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সমগ্ৰ দেশৰ ৭৫টা ঐতিহাসিক স্থানৰ লগতে আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিতো শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু অ’.এন.জি.ছি. অসম সম্পদৰ সহযোগত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস...

Popular