স্বাস্থ্য বাৰ্তা

কি ৰোগত আক্ৰান্ত হৈছে AIUDF প্ৰধান বদৰুদ্দিন আজমল?

সাংসদ বদৰুদ্দিন আজমল অসুস্থ। দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী আৱৰ্ত ভৱনত আশ্ৰয় লৈ আছে AIUDFপ্ৰধানগৰাকীয়ে। জিলা প্ৰশাসনৰ তত্বাৱধানত আছে সাংসদগৰাকী। নিশা বিভিন্ন প্ৰকাৰৰ আহাৰ গ্ৰহণ...

অসমত কমিলেও মিজোৰামত বাঢ়িছে ক’ভিড….

অসমত কমিলেও চুবুৰীয়া মিজোৰামত বাঢ়িছে ক’ভিড। যোৱা ২৪ ঘণ্টাত মিজোৰামত ৮৩৯গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে। বৰ্তমান ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছেগৈ ৪,২০৯গৰাকীলৈ। কভিডত ৰাজ্যখনত...

চীনত আকৌ লকডাউন! উদ্বিগ্নতা বৃদ্ধি পাইছে ভাৰতত…

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। অৱশ্যে, ছি জিনপিং চৰকাৰে চীনত পুনৰ লকডাউন আৰোপ কৰিবলৈ বাধ্য হৈছে। চীনৰ উত্তৰ-পূবৰ চহৰ জিলিন প্ৰদেশৰ ৰাজধানী চাংচুনত শুকুৰবাৰে...

ক’ভিডমুক্ত অসম, ১০ মাৰ্চত এজনো আক্ৰান্ত হোৱা নাই ক’ভিডত…

ক’ভিডমুক্ত হ’ল অসম, আজি এজনো আক্ৰান্ত হোৱা নাই ক’ভিডত। মাজুলী আৰু দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা এজনো লোক আক্ৰান্ত হোৱা নাই ক’ভিড...

আপুনি বাৰে বাৰে প্ৰস্ৰাৱ কৰে নেকি? সাৱধান হওঁক, ই হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ!

পানী খোৱাৰ কিছু দেৰিৰ পাছত প্ৰস্ৰাৱ লগাটো সাধাৰণ কথা। কিছুমান মানুহে ২৪ ঘণ্টাত ৩ ৰ পৰা ৫ বাৰ প্ৰস্ৰাৱ কৰে। কিন্তু বহু লোকে দিনত কেইবাবাৰো প্ৰস্ৰাৱৰ...

Popular