স্বাস্থ্য বাৰ্তা

নগাঁৱত ক’ভিডৰ সুৰক্ষাসূচক পালি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

দেশৰ বাকী অংশৰ লগতে নগাঁৱতো চিকিৎসক তথা স্বাস্থ্যকৰ্মী, ক'ভিড প্ৰতিৰোধ অভিযানৰ সন্মুখশাৰীৰ কৰ্মী (ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ) আৰু গুৰুতৰ উপসৰ্গ (ক'মৰ্বিডিটী) থকা ৬০ বছৰতকৈ অধিক হোৱা যোগ্য হিতাধিকাৰীসকলৰ বাবে ক'ভিড ১৯ ভেকছিনৰ সুৰক্ষাসূচক পালি (প্ৰিক'চন পালি) নগাঁৱৰ বি.পি অসামৰিক চিকিৎসালয়ত নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) প্ৰশান্ত বৰুৱাই পুৱা ১০.৩০ বজাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷

দিনে দিনে বাঢ়িছে ডেল্টাক্ৰনৰ সন্ত্ৰাস

দেশত দিনে দিনে বাঢ়িছে ক’ভিড সংক্ৰমণ। ক’ভিডৰ তৃতীয় ঢৌত দেশৰ প্ৰায় প্ৰতিখন চহৰ-নগৰে উৱা-দিহ হেৰুৱাইছে। সোমবাৰে দেশত মুঠ কভিড আক্ৰান্তৰ সংখ্যা ১,৭৯,৭২৩ হৈছে। আনহাতে...

মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক’ভিডে!

অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক’ভিডে। প্ৰতিদিনে ভয়াৱহভাবে নতুন নতুন ক’ভিড পজিটিভৰ ঘটনা পোহৰলৈ আহিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৮৫২জন লোক আক্ৰান্ত...

ডেল্টা, ফ্লোৰনাৰ পিছত এইবাৰ ক’ভিডৰ নতুন প্ৰজাতি ‘ডেল্টাক্ৰন’

বিশ্বৰ শতাধিক দেশত কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে কোভিডৰ নতুন প্ৰজাতি “ফ্লোৰোনা” ই নতুন আতংকৰ সৃষ্টি কৰিছে। এনে সময়তে ভূতৰ...

নতুনকৈ ক’ভিডত আক্ৰান্ত ১.৪১ লাখ লোক

দেশত ক’ভিডৰ তৃতীয় লহৰ, শণিবাৰে নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ১,৪১,৯৮৬ জন লোক। ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে ভেকচিন প্ৰদান কাৰ্যসূচী জোৰদাৰ কৰিছে। ১৫-১৮ বছৰ...

Popular