স্বাস্থ্য বাৰ্তা

মায়ানগৰীৰ তাৰকাৰ দেহত ক’ভিড

অভিনেতা জ’ন আব্ৰাহাম আৰু পত্নী প্ৰিয়া ক’ভিড পজিটিভ হোৱাৰ পাছত এইবাৰ ছ’চিয়েল মিডিয়াত ক’ভিড পজিটিভ হোৱাৰ খবৰ মুকলি কৰিছে একতা কাপুৰে। ছবি আৰু ধাৰাবাহিক...

সমুদ্ৰৰ ঢৌ নহয় মুম্বাইত এইবাৰ ক’ভিডৰ ঢৌ

সমুদ্ৰৰ ঢৌৱে দিনে-নিশাই স্পৰ্শ কৰি থকা মুম্বাইত এইবাৰ ক’ভিডৰ তৃতীয় ঢৌ উঠিছে। নববৰ্ষৰ প্ৰথম দিনটোতে দেশবাসীক চিন্তাত পেলাইছে ক’ভিড-১৯ ভাইৰাছে।নববৰ্ষৰ শুভেচ্ছাবাণীত হয়তো সকলোৱে আশা কৰিছে যাতে ক’ভিড-১৯ৰ বাবে সৃষ্টি  হোৱা ভয়াৱহ দিনবোৰ আকৌ উভতি...

অ’মিক্ৰনক লৈ সাৱধানবাণী স্বাস্থ্যমন্ত্ৰীৰ

দেশবাসীয়ে ২০২২তো সহবাস কৰিব লাগিব নেকি ক’ভিডৰ সৈতে? লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতিকে আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন পুনৰ মূৰ দাঙি উঠাৰ সময়তে অ’মিক্ৰনৰ শংকাই খেদিছে...

৮জন বেংক ষ্টেট বেংক কৰ্মচাৰীৰ ক’ভিড পজিটিভ

দেশজুৰি ক’ভিড তথা অ’মিক্ৰনৰ সংক্ৰমণ পুনৰ বৃদ্ধি৷ তাৰ মাজতে অসমতো ধৰা পৰি আছে ক’ভিড সংক্ৰমণ৷ আজি ধুবুৰী ষ্টেট বেংকত দেখা দিছে ক’ৰনাৰ আতংকই। বেংকৰ...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত অমিক্ৰণৰ আশংকা!

সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোনাৰ অমিক্ৰনৰ আতংক!আকৌ এনেবোৰ সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্রৰ দেহত অমিক্ৰনৰ সন্দেহ ঘনীভূত হোৱাত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।আকৌ বহুতৰে আশংকা ডিব্ৰুগড়...

Popular