স্বাস্থ্য বাৰ্তা

ব্রিটেইনত সংক্রমণৰ সংহাৰঃ ১০৮ খন দেশলৈ বিয়পিল অমিক্রন

ব্রিটেইনৰ পিছত ইউৰোপীয় দেশ ফ্রান্সত শেহতীয়াকৈ দৈনিক ক’ৰোনা সংক্রমিত লোকৰ সংখ্যাই এক লাখ অতিক্রম কৰিছে৷ ২৩ ডিচেম্বৰত দেশখনত দৈনিক সংক্রমণ আছিল ৯১,৬০৮৷ ২৬ ডিচেম্বৰত...

অ’মিক্ৰনৰ দ্ৰুত সংক্ৰমণঃ ১০ ৰাজ্যলৈ বিশেষজ্ঞৰ দল প্ৰেৰণ কেন্দ্ৰৰ

ক’ভিডৰ সংক্ৰমণ দেশত সামান্য নিয়ন্ত্ৰিত হ’লে ইয়াৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে৷ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে...

১৭ ৰাজ্যলৈ বিয়পিল অমিক্রনৰ সংক্রমণঃ ইউপি–হাৰিয়ানা মহাৰাষ্ট্রত নৈশ সান্ধ্য আইন

ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনৰ সংক্রমণ দ্রুতগতিত সম্প্রসাৰিত হৈছে৷ দেশৰ ১৭ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ সম্প্রসাৰিত অমিক্রনত এতিয়ালৈকে ৩৫৮জন আক্রান্ত হৈছে৷ এই আক্রান্তৰ ভিতৰত ৭০...

আগ্ৰাসী ৰূপত অ’মিক্ৰন! মুম্বাইত নিষিদ্ধ সকলো ৰাজহুৱা অনুষ্ঠান

ক্ৰমাৎ আগ্ৰাসীৰূপ ধাৰণ কৰিছে অ’মিক্ৰনে৷ ইতিমধ্যে অ’মিক্ৰনে পশ্চিমীয়া দেশকেইখনত সন্ত্ৰাস আৰম্ভ কৰিছে৷ সংখ্যাতত্ত্বৰ সকলো হিচাপক চেৰাই গৈ দ্ৰুত হাৰত বিয়পিছে কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি...

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৯৫৭৫ হিতাধিকাৰীক ভেকচিন

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অধীনস্থ  সুশাসন সপ্তাহ অভিযান। ২১ ডিচেম্বৰ ২০২১ৰ পৰা ২৪ডিচেম্বৰ ২০২১ তাৰিখলৈকে সপ্তাহযোৰা ক'ভিড-১৯ৰ টিকাকৰণৰ বিশাল অভিযানৰ  ২৪ ডিচেম্বৰ অন্তিম  দিনা ২১...

Popular