স্বাস্থ্য বাৰ্তা

Serum-এ নিৰ্ধাৰণ কৰিলে কোৰোণা ভেকচিনৰ মূল্য, ৰাজ্য চৰকাৰৰ লগতে ব্যক্তিখণ্ডৰ হাস্পতালৰ বাবে দাম কিমান হ’ব ?

ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কাৰণে ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰিলে Serum Institute-এ ।  এতিয়াৰ পৰা Serum Instituteৰ Covishield ভেকচিন ৰাজ্য চৰকাৰৰ কাৰণে উপলব্ধ...

আজিৰে পৰা ৰাজ্যত নতুন ক’ভিড বিধি

জন সমাৱেশ : আজিৰে পৰা ৰাজ্যত নতুন ক’ভিড বিধিসমাৱেশৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা নতুন SOPতসমাৱেশ পাতিব পাৰিব, মানিব লাগিব কঠোৰ ক’ভিড নীতি৪০০ লোকৰ উপস্থিতিত পাতিব পাৰিব...

বুনাসত্ৰত দৌল মহোৎসৱৰ শুভাৰম্ভ : ক’ৰোনা প্ৰতিৰোধৰ লক্ষ্যৰে আমদানি কৃত ফাকুৱা বৰ্জন

ৰঙিয়াৰ ঐতিহ্যমণ্ডিত বুণাসত্ৰ ,কেন্দুগুৰি পোৰাঢাপ ক্ষেত্ৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ৬২ সংখ্যক  দৌল মহোৎসৱ । আজি পুৱাৰ ভাগত প্ৰভাত ফেৰীৰে শুভাৰম্ভ হোৱা মহোৎসৱৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাবে নাম...

COVID-19 fW অধিসূচনাৰ পিছত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ৰাজ্যত হোলী : ৰঙালী বিহু আদি উদ্‌যাপন কৰাৰ ক্ষেত্ৰত

ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে আগন্তুক উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ।হোলী, বিহু, ঈদ-উল-ফিটৰ আদি উৎসৱত জনসমাগমৰ অনুমতি নিদিবলৈ পৰামৰ্শ দিছিল...

মৰাণত পুনৰ তিনিজন লোক কভিডত আক্ৰান্ত

মৰাণত নিৰ্বাচনী গৰম বতাহৰ মাজতে ক'ৰোণাৰ পুনৰ সন্ত্ৰাস। আজি মৰাণত তিনিজন লোকৰ দেহত ক'ৰোণা ধৰা পৰাত এতিয়া মৰাণত আতংক সৃষ্টি হৈছে।ডিব্ৰুগড় জিলাৰ মৰাণ ২নং...

Popular