স্বাস্থ্য বাৰ্তা

পুনৰ ক’ৰনাত আক্ৰান্ত সাংসদ তপন কুমাৰ গগৈ

পুনৰ ক'ৰনাত আক্ৰান্ত হৈছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ । দ্বিতীয়বাৰৰ বাবে ক'ৰনাত আক্ৰান্ত সাংসদগৰাকী । চাবুৱাত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভাৰ পূৰ্বে যোৰহাটত কৰা...

বকতাত অ’এনজিচিৰ ভয়ানক প্ৰদুষণ : মুগা পালকৰ চুমনিৰ মুগা গছতে মৰিছে

শিৱসাগৰ জিলাৰ অ'এনজিচিৰ উত্তৰ-পৰীয়া তৈল ক্ষেত্ৰৰ অন্তৰ্গত বকতাৰ বিভিন্ন এলেকাত বহু মুগা পালকে অতীজৰ পৰাই পৰম্পৰাগতভাৱে মুগা পালন কৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ঐতিহ্যপূৰ্ণ তথা...

নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন

নাজিৰাৰ গ্ৰামাঞ্চলত সম্প্ৰতি গো-পালক সকল মুখামুখি হৈছে গৰুৰ চবকা ৰোগৰ । মুখেৰে ফেনাই থকা, গোৰোহাত ঘাঁ আৰু সপ্তাহকাল জুৰি একো আহাৰ নোখোৱাকৈ পৰি ৰোৱা গৰুৰ ৰোগৰ...

ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ ল’লে হিমন্ত বিশ্ব শৰ্মাই

সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল’লে ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ । গুৱাহাটী মেডিকেল কলেজ আৰু হস্পাতালক ভেকচিন গ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, সোমবাৰৰ পৰা...

কমাৰগাঁও সাংবাদিক সংস্হাৰ সভাগৃহত চকু চিকিৎসা শিবিৰ

নুমলীগড় শোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ পৃষ্ঠপোষকতাত যোৰহাটত লায়ন্স চকু চিকিৎসালয়, কল্পতৰু সেৱা আৰু কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্হাৰ সহযোগত অহা ৪ মাৰ্চত চকু চিকিৎসা শিবিৰৰ...

Popular