স্বাস্থ্য বাৰ্তা

APSC Results: নলবাৰীক গৌৰৱান্বিত কৰিলে জোন ৰাজবংশীয়ে, পুত্ৰৰ সাফল্যত মাতৃৰ চকুত চকুপানী

ৰাজেন ৰাজবংশী আৰু ক্ষীৰোদা ৰাজবংশীৰ কনিষ্ঠ পুত্ৰ তথা মেধাৱী ছাত্ৰ জোন ৰাজবংশীয়ে সদ্য ঘোষিত APSC পৰীক্ষাত AAO 65 ৰেংক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।(APSC Results)

Milk With Ghee Benefits: গাখীৰৰ সৈতে মিহলাই খাওক এইবিধ সামগ্ৰী, হাড় আৰু টোপনিৰ সমস্যা নহ’ব

যদি আমি সুস্থ হ’ব বিচাৰো তেন্তে গাখীৰৰ সৈতে নিয়মিতভাৱে খাব লাগে ঘিউ, শৰীৰৰ লগতে হাড় আৰু টোপনিৰ কোনো সমস্যা নহ'ব।(Milk With Ghee Benefits)

Banana: হালধীয়া, ৰঙা নে নীলা; কোন ৰঙৰ কল বেছি পুষ্টিকৰ?

কল এবিধ ফল যিটো প্ৰতিটো ঋতুতে সহজে পোৱা যায় আৰু সকলো বয়সৰ মানুহে কল ভাল পায়। কল কেৱল সুস্বাদু নহয়, পুষ্টিকৰ উপাদানৰে ভৰপূৰ।(Banana)

Banana Leaf: কলপাতত খাদ্য খাওক আৰু সুস্বাস্থ্য বজাই ৰাখক

ভাৰতৰ বহু ঠাইত কলৰ পাত ৰন্ধা-বঢ়া, মেৰিয়াই লোৱা আৰু খাদ্য পৰিবেশনৰ বাবে ব্যৱহাৰ কৰা হয়।(Banana Leaf) 

Bir Lachit Sena:নাজিৰাত বিমান বন্দৰ আৰু আইআইটি স্থাপনৰ দাবী বীৰ লাচিত সেনাৰ

বৃটিছৰ শাসনকালত আসাম কোম্পানীয়ে নাজিৰা মহকুমাৰ চকীমুখত এটি বিমান ঘাটি প্ৰতিষ্ঠা কৰি ভাৰত তথা বিশ্বৰ বিভিন্ন স্থানলৈ অসমত উৎপাদিত চাহৰ ৰপ্তানি বাণিজ্যৰ প্ৰসাৰ ঘটাইছিল(Bir Lachit Sena)।

Popular