স্বাস্থ্য বাৰ্তা

Winter: শীতকালত খাব এই চাৰিবিধ শাক

সেউজীয়া পাতৰ পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, শীতকালত শাকৰ খেতি বেছিকৈ কৰা হয় আৰু শাক খালে আপুনি বহু ধৰণৰ বতৰৰ ৰোগৰ পৰা হাত সাৰিব পাৰে।(Winter)

Winter Bathing Tips: সাৱধান! শীতকালত গৰম পানীৰে গা ধোৱে নেকি? গৰম পানীৰে গা ধোৱা পৰিণতি ভয়ানক

শীতকালত গৰম পানীৰে গা ধুলে শৰীৰ সতেজ হোৱাই নহয় মানসিক আৰু শাৰীৰিক আৰামও পোৱা যায়। কিন্তু যদি আপুনি হৃদৰোগী তেন্তে শীতকালত গৰম পানীৰে গা নুধুব।(Winter Bathing Tips)

Vitamin Deficiency: আনতকৈ বেছি ঠাণ্ডা নেকি আপোনাৰ! কাৰণ জানি লওক

শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ চাবিকাঠি শৰীৰতে উপস্থিত থাকে। যেনে ভিটামিন আৰু খনিজ পদাৰ্থ। চিকিৎসকৰ মতে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা ৯৮.৬ ডিগ্ৰী ফাৰেনহাইট।(Vitamin Deficiency)

Sprouted Gram: দৈনিক নিমখ আৰু পিয়াঁজৰ সৈতে গজালি ওলোৱা বুট খালে হ’ব ৰোগ প্ৰতিৰোধ

যিসকলে স্বাস্থ্যসন্মত আহাৰ বিচাৰে তেওঁলোকৰ বাবে গজালি ওলোৱা বুট এক উত্তম খাদ্য। গজালি ওলোৱা বুট খালে আমাৰ স্বাস্থ্যৰ বহু উপকাৰ হ’ব।(Sprouted Gram)

Neck Pain: পৰিৱৰ্তিত বতৰত ডিঙিৰ বিষ স্বাবাৱিক! ডিঙিৰ বিষৰ পৰা কিদৰে উপশম পাব

ৰিৱৰ্তিত বতৰত আমি বহু ধৰণৰ ৰোগ আৰু সমস্যাৰ বলি হৈ পৰো, ডিঙিৰ বিষো তাৰ ভিতৰত এটা। কিন্তু আপুনি জানেনে যে এই সমস্যাটো কিছুমান ঘৰুৱা উপায়ৰ জৰিয়তে সমাধান কৰিব পাৰি।(Neck Pain)

Popular