Breaking

হোজাইত আজমল ফাউণ্ডেচনৰ হেল’ আজমলৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন।

0 541

হোজাইত আজমল ফাউণ্ডেচনৰ উদ্যগত হে’ল্ল আজমলৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন। হোজাই স্থিত আজমল হাউচত হে’ল্ল আজমল নামৰ ৰেচনৰ গাড়ীৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজ উদ্দিন আজমলে।
হোজাই জিলাৰ অসহায় ক’ভিড আক্ৰান্ত পৰিয়াললৈ খাদ্যৰ সামগ্ৰী যোগান দিয়াৰ লক্ষ্যৰে হে’ল্ল আজমল নামৰ বাহনৰ আজি শুভাৰম্ভ কৰা হয়। এই আচঁনিৰ যোগেদি খাদ্য বস্তুৰ ওপৰিও চিকিৎসা সেৱাও উপলব্ধ থাকিব বুলি জনায়।

আনহাতে যোৱাকালি কাকী তাৰা লাংচুত উচ্ছেদ কৰাক তীব্ৰ গৰিহণা জনোৱাৰ লগতে অনাগত দিনত উচ্ছেদিত লোক সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় সাংবাদিক আগত।

Leave A Reply

Your email address will not be published.