Breaking

হেলমেট বিহীন,সুৰামত্ত চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি

0 1,032

জিলা মুখ্যমন্ত্ৰীৰ কাৰা নিৰ্দেশৰ পিছতেই আৰক্ষী আৰু পৰিবহন বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আভিযান চলোৱা দেখা যায়।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি মৰিগাঁও আৰক্ষী আৰু পৰিবহন বিভাগে হেলমেট পৰিধান নকৰা বাইক আৰুহী আৰু সুৰামত্ত চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে।

কিয়নো এতিয়া বনভোজৰ বতৰ আৰু এই বনভোজৰ বতৰত যাতে কোনো ধৰনৰ দুৰ্ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে চুকা দৃষ্টি ৰাখি আজি এনেদৰে মৰিগাঁও আৰক্ষী ছাউনী সন্মুখত পৰিবহন বিভাগে এইদৰে অভিযান চলাই, আৰু এই অভিযানত বহু কেইখন বাইক জব্দ কৰে পৰিবহন বিভাগে।

Leave A Reply

Your email address will not be published.