Breaking

আস্থা ভোটত জয়ী হেমন্ত ছোৰেনঃ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব হেমন্ত ছোৰেনে…

0 36

আস্থা ভোটত জয়ী হয় হেমন্ত ছোৰেন।

৪৫ গৰাকী বিধায়কৰ সমৰ্থনত ঝাৰখণ্ড বিধানসভাত আস্থা ভোট লাভ কৰে হেমন্ত সোৰেনে।

৪ জুলাইত পুনৰ ঝাৰখণ্ড মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব হেমন্ত ছোৰেনে।

মানী লণ্ডাৰিং গোচৰত EDয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰাকক্ষণত এৰিছিল মুখ্যমন্ত্ৰীৰ পদ।

জামিনত কাৰামুক্ত হোৱাৰ পাছতে পুনৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল ছোৰেনে।

Leave A Reply

Your email address will not be published.