কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…

ৰাজ্যত ইতিহাসৰ সৰ্ববৃহৎ ড্ৰাগছ বিৰোধী অভিযান । কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰিলে আৰক্ষীয়ে । জব্দ হোৱা হেৰ ইন খিনিৰ ওজন প্রায় ১০ কিলো ৩৩৩ গ্রাম ।

অভিযান কালত এগৰাকী মহিলাসহ ৫ জন লোককো গ্ৰেপ্তাৰ । আৰক্ষীৰ অভিযানৰ ফটো দি কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ ।

চুবুৰীয়া মিজোৰামৰ পৰা অসমলৈ সৰবাৰহ কৰা হৈছিল হেৰ ইনখিনি ।

Related Articles