Breaking

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ সীমান্তত হাই এলাৰ্ট জাৰি ! বাংলাদেশৰ জে’লৰ পৰা পলায়ন কৰিছে বহু উগ্রপন্থীয়ে…

0 18

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ সীমান্তত হাই এলাৰ্ট জাৰি

ভাৰত-বাংলা সীমান্তৰে ভাৰতত উগ্ৰপন্থীৰ প্ৰৱেশৰ আশংকা

সীমান্তত সক্রিয় জামাত-উল-মুজাহিদীন বাংলাদেশ, ABTৰ সদস্য

ইতিমধ্যে সীমান্তত সমৱেত হৈছে বহু বাংলাদেশী নাগৰিক

নাগৰিকৰ সৈতে উগ্ৰপন্থী সদস্যৰো ভাৰতত
প্ৰৱেশৰ চেষ্টা

ইতিমধ্যে BSFক এই ক্ষেত্ৰত এলার্ট কৰিছে চোৰাংচোৱা সংস্থাই

বাংলাদেশৰ জে’লৰ পৰা পলায়ন কৰিছে বহু উগ্রপন্থীয়ে

Leave A Reply

Your email address will not be published.