উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ বিহুৰ ব্যৱহাৰিক পৰীক্ষাৰ নতুন নিৰ্দেশনা

  • উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদে বিহুক লৈ জাৰি কৰিছে নতুন নিৰ্দেশনা।

  • বিহু পাঠ্যক্ৰমৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে পৰীক্ষকৰ থাকিব লাগিব বিশেষ যোগ্যতা।

  • তেওঁ স্নাতকোত্তৰ হ’ব লাগিব, যিকোনো বিষয়ত।

  • তেওঁৰ বিহুৰ থিয়ৰী আৰু ব্যৱহাৰিক দিশত জ্ঞান থাকিব লাগিব।

  • তেওঁ যিকোনো চৰকাৰী বা প্ৰাদেশিককৰণ উচ্চ/উচ্চতৰ মাধ্যমিক, বিদ্যালয় বা মহাবিদ্যালয়ৰ শিক্ষক হ’ব লাগিব।

Related Articles