Himanta Biswa Sarma Birthday: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন। (Himanta Biswa Sarma Birthday)

জন্মদিন উপলক্ষে নিশা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত ভিৰ শুভাকাংক্ষীৰ। উপহাৰৰ টোপোলা, গামোচা, ফুলৰ থোপাৰে মুখ্যমন্ত্ৰীক শুভেচ্ছা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শুভাকাংক্ষীৰ ভিৰ।

আজি ৫৭ বছৰ বয়সত ভৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাজনিশা পৰিয়াল তথা অনুৰাগীৰ সৈতে কেক কাটি জন্মদিন উদযাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ওপজা দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা।

Related Articles