Breaking

দালালৰ ঘেৰাটোপৰ মাজত বন্দী হৈ পৰিছে ঐতিহাসিক মহামায়া মন্দিৰ

0 2,362

ঐতিহাসিক ২০০ বছৰৰ পুৰণি গৌৰীপুৰ ৰাজপৰিয়ালৰ মা মহামায়া মন্দিৰ বৰ্তমান ৰাজপৰিয়ালৰ অংশীদাৰৰ মাজত খোৱা কামোৰাৰ বাবে মন্দিৰত একপ্রকাৰ একপ্রকাৰ বন্দী হৈ পৰিছে একপ্রকাৰ মা মহামায়া দেবী। যাৰ বাবে ভক্ত সকলৰ মাজত তীব্র ক্ষো ভৰ সৃষ্টি হৈছে। ভক্ত সকল ৰ অভিযোগ  ঐতিহাসিক  পুৰণি  মন্দিৰটো একমাত্র অৰ্থ ৰ লোভে ৰাজপৰিয়ালৰ একাংশৰ বাবে মন্ডলে মন্দিৰৰ মাটি বিক্রি কৰাৰ চেষ্টা কৰিছে আৰু চাৰিওফালে বেৰ লগাই প্ৰবেশ পথ বন্ধ কৰি দিয়াত এতিয়া ৰাজবাৰি ৰ পৰা মন্দিৰলৈ অহা প্ৰবেশ পথ বন্ধ হৈ পৰিল। উক্ত মন্দিৰ কমিটিৰ সভাপতি জিলা উপায়ুক্ত আৰু সম্পাদক প্ৰবীৰ বৰুৱা।ভক্ত সকল ৰ অভিযোগ পুৰনি মন্দির টো মেৰামতি হোৱা নাই,। পোহৰৰ ব্যাবস্তা নাই। বিভিন্ন সমষ্যাত ভুগিছে মন্দিৰটোত সন্ধ্যা আৰতি বন্ধ হৈ পৰিছে। অসম দৰ্শন ৰ কোন আচনীৰ টকা ঢুকি পোৱা নাই। মন্দিৰৰ চাৰিওফালে বহু মাটি বেদখল হৈ পৰিছে। 


 

ইপিনে ৰাজবাৰি মাটি কেলেঙ্কাৰিৰ প্ৰতিবাদ আজিও অব্যা হত আছে। 
যোৱা ২৬ চেপ্তেম্বৰ  তাৰিখ ত  লাট   মন্ডল মাপ জোখ আৰম্ভ কৰাত কাৰোবাক একো নজনাকৈ। 
ৰাজবাৰি সংলগ্ন মা মহামায়া মন্দিৰ, ৰামকৃষ্ণ সাৰদা সংঘ, আৰু ৰাজবাৰি অহা যোৱা বাট বেলেগ নম্বৰ দাগ দি বন্ধ কৰি দিয়াত স্হানীয় ৰাইজ তীব্র প্রতিবাদ কৰে লাট মন্ডলৰ ওচৰত। মন্ডলৰ বক্তব্য ৰাজপৰিয়ালৰ অংশীদাৰৰ নিৰ্দেশ ত তেও কাম কৰিছে। 
 ইতিমধ্যে এই সম্পর্কে জিলা উপায়ুক্ত ক এই সম্পর্কে অবগত কৰা হৈছে।ৰাইজ ৰ অভিযোগ ৰাজবাৰি ৰ অহা যোৱা কৰা ৰাস্তা, মা মহামায়া মন্দিৰ ৰ আৰু ৰামকৃষ্ণ সাৰদা সংঘৰ ৰাস্তা বন্ধ কৰি দিয়া ঘটনা ৰ। উচিত তদন্ত ৰ দাবি জনাইছে ৰাইজ।দখল বেদখলৰ মাজেদি সংকুচিত হৈ অহা ৰাজ পৰিয়ালৰ মাটি এই সম্পর্কে গৌৰীপুৰ ৰাজপৰিয়ালৰ ৰাজকন্যা মৌসুমী বৰুৱা ৰয় ।

এসময়ত গৌৰীপুৰ ৰাজপৰিয়ালৰ ৩৫ একৰ বিঘা মাটি আছিল। আজি বহিৰাগত একাংশ লোকৰ বাবে আজি নিশ্চিহ্ন হোৱা ৰ পথত। যি সময়ত ঐতিহাসিক কৃতচিহ্ন মঠ, মন্দির ৰ সংৰক্ষণ ৰ বাবে চৰকাৰে বিভিন্ন আপনি লৈছে তেনে সময়ত চৰকাৰে গৌৰীপুৰৰ ৰাজবাৰি ৰ ক্ষাৰ বাবে পদক্ষেপ লব  লাগে। 

Leave A Reply

Your email address will not be published.