Breaking

Browsing Category

বিশেষ লেখা

সমাজকৰ্মী তথা উদ্যোগী মহিলা ৰিণিকি ভূঞা শৰ্মাৰ আজি জন্মদিন ! ৰিণিকি ভূঞা শৰ্মাৰ কৰ্ম জীৱনৰ বিষয়ে…

ৰিণিকি ভূঞা শৰ্মা এগৰাকী অধিবক্তা, উদ্যমী, সমাজকৰ্মী আৰু অসমৰ এগৰাকী ব্যৱসায়ী মহিলা। তেওঁ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ মিডিয়া হাউচ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালনা সঞ্চালক। এই সংগঠনৰ অধীনত নিউজ লাইভ, ৰং, ৰামধেনু, নৰ্থ ইষ্ট লাইভ,
Read More...

অসমীয়া ভাষাৰ বিকাশ আৰু অসম চৰকাৰৰ কৰণীয় : পুলেন গোস্বামী…

আমি অসমীয়া। অসমীয়া আমাৰ মাতৃভাষা।যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ মুখৰ ভাষাটো বিশ্বৰ অন্যান্য শ্ৰেষ্ঠ ভাষাৰ স্থলাভিষিক্ত কৰাৰ বাবে বদ্ধ পৰিকৰ হ'বই লাগিব। অসমীয়া ভাষাৰ বিকাশৰ ইতিহাস বহু পুৰণি। এই কথা অনস্বীকাৰ্য যে বহু অতীজৰ পৰাই অসমীয়া ভাষাৰ
Read More...

বৰ্তমানৰ প্ৰেক্ষাপটত পৰিৱেশ সজাগতাৰ গুৰুত্ব

সমুজ্জ্বল ডেকা, ৰঙিয়া আজিৰ পৃথিৱীত পৰিৱেশ সজাগতা অতি গুৰুত্বপূৰ্ণ, আৰু ইয়াৰ গুৰুত্বক অতিৰঞ্জিত কৰিব নোৱাৰি। বৰ্তমানৰ প্ৰেক্ষাপটত পৰিৱেশ সজাগতা অতি প্ৰয়োজনীয় হোৱাৰ কিছুমান মূল কাৰণ ইয়াত উল্লেখ কৰা হ’ল: ১) জলবায়ু
Read More...

জুৱা বনাম সামাজিক দায়বদ্ধতা

বনশ্রী শৰ্মা সমাজ এখনৰ প্ৰকৃত উন্নয়ন তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সমাজৰ প্ৰতিজন লোকে নিজৰ দায়িত্ব বুজি নৈতিকতাক আগস্থান দিব। নৈতিকতাৰ স্খলন হ'লে আৰ্থিক অথবা অন্যান্য উন্নয়নেও কিন্তু সমাজৰ প্ৰকৃত উন্নয়ন কৰিব নোৱাৰে। শেহতীয়াকৈ
Read More...

বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য কিমান ?

আচিক আহমেদ আপুনি কেতিয়াবা ভাবিছেনে বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য কিমান ? সফলতা আৰু ধন অবিহনে জীৱনত কোনেও কাৰো আপোন হ'বলৈ নিবিচাৰে কিয়‌ ? সকলোৱে সফল ব্যক্তিৰ হাতখন বিচাৰে কিন্তু সংগ্ৰাম কৰি থকা অৱস্থাত লগত কোনেও দিব নিবিচাৰে,
Read More...

ৰৱীন্দ্ৰনাথৰ পৰিৱেশ ভাৱনা

মীনাক্ষী ৰায় ডাকুৱা বিশ্বায়নৰ যুগত পৰিৱেশ সমস্যা এক জলন্ত সমস্যা। উনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত বিশ্বকবি ৰৱীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্যচৰ্চা । শিল্প, দৰ্শনতো তেওঁৰ অবাধ বিচৰণ আছিল। কিন্তু কেনেকুৱা আছিল
Read More...

ভাৰতত ইলেকট্রিক বাহন আৰু সেউজ পৰিৱেশ

ড° বুলজিৎ বুঢ়াগোহাঁই পৰিবহণ আধুনিক জীৱনৰ এক মৌলিক প্ৰয়োজনীয়তা যদিও পৰম্পৰাগত আভ্যন্তৰীণ দহন ইঞ্জিনটো (Internal Combustion Engine) দ্ৰুতগতিত পুৰণি হৈ পৰিছে। বিশ্বজুৰি অটোমোটিভ উদ্যোগটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰি আছে, ভাৰতো
Read More...

এজন সুখী মানুহ

মুন ৰাজবংশী, নলবাৰী এই সুন্দৰ আৰু বিচিত্র পৃথিৱীৰ এটা কোণৰ এখন সৰু গাঁওত বাস কৰা সুখ, আনন্দ, ধন সম্পত্তিৰে ভৰি পৰা চলিহাৰ পৰিয়ালটো। দিনটোৰ বেছিভাগ সময় ঘৰখনৰ বাবে টকা উপাৰ্জন কৰাতেই ব্যস্ত তেওঁ। দেৱব্ৰত চলিহাৰ ঘৰখনত কি নাই বুলি
Read More...

সঠিক মঞ্চায়নেৰে উজলিল ‘নিৰ্বাচন’ আৰু ‘বিদ্ৰোহী জনা’

- জ্যোতিপ্ৰসাদ বৰা নগাঁও এনে এখন ঠাই । য'ত বছৰটোত অতি কমেও ডেৰ কুৰি নাট মঞ্চস্থ হয় ।কেৱল নগাঁও চহৰতে মাহটোত গড়ে প্ৰায় তিনিখনকৈ নাট উপভোগ কৰাৰ সুবিধা লাভ কৰে কলংপৰীয়াসকলে ।কি শীত কাল কি গ্ৰীষ্ম কাল ।নাট নিবেদনৰ খবৰভৰ্ত্তি
Read More...

আধুনিক যুগৰ ভয়াবহ সমস্যা প্ৰদূষণ… 

প্ৰদূষণে আমাৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত যি নেতিবাচক প্ৰভাৱ পেলাইছে তাৰ বাবে এতিয়া সকলোৱে শংকিত।উত্তৰ-পূৱ ভাৰতৰ প্ৰৱেশদ্বাৰ "গুৱাহাটী" যোৱা বৰ্ষৰ বিশ্বৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে।যাৰ বাৰ্ষিক পিএম ঘনত্ব আছিল ১০৫.৪
Read More...