Breaking

Browsing Category

বিশেষ লেখা

এতিয়া ফুল ফুলাৰ বতৰ…

জেচমিন আৰা আহমেদ বসন্ত আৰু গ্ৰীষ্মৰ মাজতেই ব্যক্তিগত কাৰণত ডিমৌৰ পৰা শদিয়ালৈ বুলি যাত্ৰা আৰম্ভ কৰিছিলো।ৰবিবাৰৰ এই দিনটোত ফৰকাল আকাশত সূয্যৰ তিব্ৰতায়ে বাৰুকৈয়ে চকু চাট মাৰি ধৰিছিল যদিও ন বৰষুণে ধোৱাই নিয়া সমস্ত পথছোৱাই যেন আমাক আদৰিবৰহে
Read More...

ৰংগালয়ৰ নাট্য নিবেদন : অথেল’ এ পলিটিকেল ট্রেপ…

✍ দিব্যজ্যোতি ভূঞা নিয়মীয়া নাট্যচৰ্চাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা অসমৰ গ্ৰামাঞ্চলৰ এটি নিষ্ঠাবান নাট্যদল "ৰংগালয়"। ৰংগালয়ে প্ৰযোজনা কৰা নাটক সমূহে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নাট মহোৎসৱত প্ৰদৰ্শিত হৈ ভূয়সী প্ৰসংশা লাভ
Read More...

আধুনিকতাৰ অভিজ্ঞতা আৰু ধৈৰ্যৰ মাজত আমি…

বৰ্তমান সময়ত আধুনিকতাৰ ইমানেই প্ৰভাৱ পৰিব ধৰিছে ইয়াক তৎ ধৰিবলৈ কেতিয়াবা সমস্যাৰ সন্মুখীন হব লগীয়া হয় । দৈনন্দিন প্ৰতিটো বস্তুকেই আধুনিকতাৰ পৰশে স্পৰ্শ নকৰাকৈ থকা নাই । আমি পুৱা শুই উঠাৰ পৰা নিশা শোৱা লৈ প্ৰায়বোৰ কামতেই আধুনিকতাৰ প্ৰভাৱ অলপ
Read More...

সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…

নন্দেশ্বৰ মিলি বাঁহী এক লোকবাদ্য।ইয়াক বিভিন্ন নামেৰে জনা যায়।বাঁহী, বংশী, মুৰুলী, বেণু, বাঁশী আদি বিভিন্ন নামেৰে।তদুপৰি বাঁহীক বিভিন্ন জনগোষ্ঠীসকলে বিভিন্ন নামেৰে নামাকৰণ কৰা দেখা যায়।বাঁহী এবিধ স্থিৰ সুৰৰ বাদ্য।বাঁহী মুখেৰে ফুঁ দি
Read More...

ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…

শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্রতিষ্ঠানৰ ৰূপালী,সোণালী,হীৰক জয়ন্তী আদি উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ তথা বাৰ্ষিক মুখপত্র আৰু বিভিন্ন আলোচনী, বাতৰিকাকতবোৰলৈ কেৰিয়াৰ বিষয়ৰ লেখা প্রেৰণ কৰিছো আৰু প্রকাশ হৈছে। এইদৰে
Read More...

প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…

কয়াকুছিৰ কবি-বন্ধু শ্বৰীফুল ইছলামৰ সৈতে কবিতা বিষয়ক এক আড্ডাত তেখেতে খ্যাতিমান কবি নীলিম কুমাৰৰ প্ৰসংগ টানি আনে। কয়াকুছি গ্ৰন্থ মেলাত কবিজনাই এবাৰ পদদূলি দিছিল। সেই সময়ত এক সুন্দৰ ঘটনা ঘটে। এগৰাকী শিক্ষকে হেনো নীলিম কুমাৰক কৈছিলঃ
Read More...

কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…

ড০ বুলজিৎ বুঢ়াগোহাঁই কালি অসম ডনবস্ক বিশ্ববিদ্যালয় স্কুল অৱ টেকন'লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত‌ আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতাৰ ওপৰত এখন সভা অনুষ্ঠিত হয়।
Read More...

জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…

দেবর্ষি গৌতম জুবিন গাৰ্গ অসমীয়া সংগীত জগতৰ বাবে এক উজ্জ্বল নক্ষত্ৰ। অসমীয়া সংগীত জগতৰ বাবে জুবিন গাৰ্গৰ যি অৱদান সেয়া সচাকৈ অতুলনীয়। জুবিন গাৰ্গৰ যে কেৱল অসমীয়া সংগীত জগততে আধিপত্য আছে তেনে নহয়, তেওঁ অসমীয়া ভাষাৰ উপৰিও হিন্দী,
Read More...

লণ্ডনত চিকাৰ কৰিবলৈ সাজু জুবিন গাৰ্গ…

লণ্ডনত চিকাৰ কৰিবলৈ সাজু জুবিন গাৰ্গ (প্ৰবন্ধ) সুৰৰ ৰাগিতে মন মোহিত কৰা অসমৰ হিয়াৰ আমঠু তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্রব জুবিন গাৰ্গৰ আহি আছে চিকাৰ। মিছন চাইনা, কাঞ্চনজংঘা, ড°বেজবৰুৱা আদিৰ পিছত এইবাৰ জুবিনৰ নতুন ছবি চিকাৰ। এইবাৰ অলপ
Read More...

২০২৩ বৰ্ষটোত আমাৰ দেশৰ ঘটনা-পৰিঘটনা : এটি পৰ্যালোচনা…

২০২৩ বৰ্ষটোত আমাৰ দেশত নানা ঘটনা-পৰিঘটনাৰে ভৰি আছে। এই বৰ্ষত ভাৰতৰ বিজ্ঞানী সকলৰ বিশেষ সাফল্য, খেল জগতত ভাৰতৰ চমকপ্ৰদ অগ্ৰসৰ আৰু কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প আদিত উন্নত শিখৰত উপনীত হোৱা পৰিলক্ষিত হৈছে।
Read More...