Breaking

Browsing Category

বিশেষ লেখা

লণ্ডনত চিকাৰ কৰিবলৈ সাজু জুবিন গাৰ্গ…

লণ্ডনত চিকাৰ কৰিবলৈ সাজু জুবিন গাৰ্গ (প্ৰবন্ধ) সুৰৰ ৰাগিতে মন মোহিত কৰা অসমৰ হিয়াৰ আমঠু তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্রব জুবিন গাৰ্গৰ আহি আছে চিকাৰ। মিছন চাইনা, কাঞ্চনজংঘা, ড°বেজবৰুৱা আদিৰ পিছত এইবাৰ জুবিনৰ নতুন ছবি চিকাৰ। এইবাৰ অলপ
Read More...

২০২৩ বৰ্ষটোত আমাৰ দেশৰ ঘটনা-পৰিঘটনা : এটি পৰ্যালোচনা…

২০২৩ বৰ্ষটোত আমাৰ দেশত নানা ঘটনা-পৰিঘটনাৰে ভৰি আছে। এই বৰ্ষত ভাৰতৰ বিজ্ঞানী সকলৰ বিশেষ সাফল্য, খেল জগতত ভাৰতৰ চমকপ্ৰদ অগ্ৰসৰ আৰু কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প আদিত উন্নত শিখৰত উপনীত হোৱা পৰিলক্ষিত হৈছে।
Read More...

খ্ৰীষ্টমাছৰ গছজোপা আৰু আঁৰৰ কিছু কথা

বৰদিনৰ সময়ত গৃহ সাজ সজ্জাৰ বাবে এক দৰকাৰী আৰু গুৰুত্বপূৰ্ণ অংগ হৈছে খ্ৰীষ্টমাছ গছজোপা৷ চিৰসেউজীয়া এইজোপা গছে প্ৰতিখন ঘৰতে খ্ৰীষ্টমাছ উদযাপনৰ এক অবিচ্ছেদ্য অংশ হিচাপে অতীজৰে পৰা নিজৰ ভূমিকা পালন কৰি আহিছে৷সৰু সৰু ল’ৰাছোৱালীবোৰে ঘৰৰ অন্যান্য
Read More...

পাঠকতকৈ লেখকৰ সংখ্যা বেছি হৈছে নেকি…

পাঠকতকৈ লেখকৰ সংখ্যা বেছি হৈছে নেকি? নবেম্বৰৰ পৰা মাৰ্চ মাহলৈকে অসমত গ্ৰন্থমেলাৰ সময় । এই সময়ত প্ৰতি বছৰে বহু সংখ্যক কিতাপ প্ৰকাশিত হৈ আহিছে ইয়াৰেকিছুসংখ্যক স্বনামধন্য লেখক লেখিকাৰ কিতাপ প্ৰকাশিত হয় যাৰ বাবে বহু পাঠক অধীৰ আগ্ৰহেৰে সেই
Read More...

আঘোণত পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰ ওপৰেৰে লেছেৰী বুটলাৰ স্মৃতি…

আঘোণত পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰ ওপৰেৰে লেছেৰী বুটলাৰ স্মৃতি- ‘গাঁও’ শব্দটোৰ আকৰ্ষণে আমাৰ প্ৰত্যেকৰ ভিতৰত গভীৰভাৱে অনুৰণন ঘটাই থাকে,নদী, পথাৰ, গছ-গছনি আৰু জীৱনৰ কালজয়ী ছন্দৰে গঠিত নষ্টালজিয়াৰ অমৃত সৌধ বৈ যায়—গৰু চৰোৱা, দাৱনীয়ে
Read More...

কৈশোৰৰ সাধাৰণ সমস্যা আৰু সমাধানৰ দিশবোৰৰ আলোকপাত…

কৈশোৰৰ সাধাৰণ সমস্যা আৰু সমাধানৰ দিশবোৰৰ আলোকপাত কিশোৰকাল মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ কাল। মানৱ জীৱনৰ প্ৰগতিৰ বাটত কিশোৰকালৰ অন্যতম অৱদান আগবঢ়ায়। মানুহৰ জীৱনৰ চকৰি চকা-চক গুৰা-গুৰি কৰাৰ বাট প্ৰশস্ত হয় এই কিশোৰ কালতে। সাধাৰণতে ১২য১৩ বছৰ
Read More...

সাম্প্ৰতিক সমাজত চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ – এটি বিশ্লেষণ…

সাম্প্ৰতিক সমাজত চ’ছিয়েল মিডিয়াৰ প্ৰভাৱ:-এটি বিশ্লেষণ আয়নাল হক ,ধুবুৰী বৰ্তমান সময়ত হাইস্কুললৈ যোৱা কিশোৰ - কিশোৰীৰ পৰা আৰম্ভ কৰি অৱসৰ পোৱা বৰদেউতা - বৰমাহঁতৰ , তেওঁলোকৰ দৈনিক ৰুটিনখন কিছু অংশ হলেও ফেচবুক , টুইটাৰ , ইনষ্টাগ্ৰাম
Read More...

মনত পৰে ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ডবোৰলৈ

মনত পৰিছে এটি আপুৰুগীয়া নান্দনিকতালৈ, ধৰাধামত ডিচেম্বৰ মাহে প্ৰবেশ কৰাৰ লগে লগেই ইজনে সিজনক আপোন জনক অতিকৈ প্ৰিয় জনক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাবলৈ স্থানীয় দোকানত শাৰী পাতে লানি লানিকৈ ওলমাই ৰখা ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ড কিনিব লৈ……!
Read More...

ৰঙা ঘৰৰ বন্দী হৈয়ো…

পোনপ্ৰথমেই মই আপোনালোকক অবগত কৰিব বিচাৰিছোঁ যে,কিবা অনৈতিক কাৰ্য,কলাপৰ জৰিয়তে আইনৰ উলঙ্ঘন কৰি ৰঙা ঘৰৰ আলহী হ'বলৈ যোৱাটো কোনো সন্মানিত হোৱাৰ বিষয়,বস্তু নহয়। ইয়াৰ ফলত নিজৰ আত্ম মৰ্যদাৰ আৰু ব্যক্তিগত চৰিত্ৰৰ ওপৰত এক নকাৰাত্মক প্ৰভাৱ পৰে
Read More...

হেজাৰজনক লাইমলাইটলৈ অনা অৰুণদা গ’লগৈঃ শিৱাণু বৰা

বিশিষ্ট সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাসৰ যোৱা ২৪ অক্টোবৰত ( ২০২৩ ) দিনৰ ২ বজাত নেমকেয়াৰ হাস্পাতালত মৃত্যু হয় । হৃদৰোগত আক্ৰান্ত হৈ যোৱা ১২ অক্টোবৰৰ পৰা নেমকেয়াৰ হাস্পাতালৰ আই চি ইউত ভেণ্টিলেটৰত আছিল সাংবাদিকগৰাকী । অৱশেষত ১১ দিন
Read More...